Lawbonga L P School, Kakodonga

Lawbonga L P School, Kakodonga Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Lawbonga L P School, Kakodonga, School, chabuk dhora Road, Golaghat.

বিদ্যালয়ত স্বাধীনতা দিৱস উদযাপন।
15/08/2026

বিদ্যালয়ত স্বাধীনতা দিৱস উদযাপন।

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি 11/08/2026 তাৰিখে ছাত্ৰ -ছাত্ৰীসকলৰ মাজত এক ছবি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
13/08/2026

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি 11/08/2026 তাৰিখে ছাত্ৰ -ছাত্ৰীসকলৰ মাজত এক ছবি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

বিদ্যালয়ত আজি কণমানি কাব্যনীলৰ জন্মদিন উদযাপন।ঈশ্বৰে কুশলে ৰাখক সদায় তোমাক।
13/08/2026

বিদ্যালয়ত আজি কণমানি কাব্যনীলৰ জন্মদিন উদযাপন।
ঈশ্বৰে কুশলে ৰাখক সদায় তোমাক।

বতৰৰ ফল বতৰত খাব লাগে।
13/08/2026

বতৰৰ ফল বতৰত খাব লাগে।

আজি বিদ্যালয়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়।
20/06/2026

আজি বিদ্যালয়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়।

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিদ্যালয়ৰ চৌহদত ছাত্ৰ -ছাত্ৰী আৰু অভিভাৱকৰ সহযোগত বিভিন্ন ফুল- ফলৰ পুলি ৰোৱা হয়।
05/06/2026

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিদ্যালয়ৰ চৌহদত ছাত্ৰ -ছাত্ৰী আৰু অভিভাৱকৰ সহযোগত বিভিন্ন ফুল- ফলৰ পুলি ৰোৱা হয়।

01/04/2026

আই সৰস্বতীৰ শ্ৰীচৰণত এটি প্ৰাৰ্থনাৰে সকলো দিশতে সফলতাৰ কামনাৰে নতুন শিক্ষা বৰ্ষ ২০২৬-২৭ ৰ আৰম্ভণি।

 িদ্যাৰম্ভ২০২৬-২৭ শিক্ষা বৰ্ষৰ আৰম্ভণি  #বিনামূলীয়া ঐক্য সাজ বিতৰণ  #লাওভগা_প্ৰাথমিক_বিদ্যালয়_কাকডোঙা
01/04/2026

িদ্যাৰম্ভ

২০২৬-২৭ শিক্ষা বৰ্ষৰ আৰম্ভণি
#বিনামূলীয়া ঐক্য সাজ বিতৰণ
#লাওভগা_প্ৰাথমিক_বিদ্যালয়_কাকডোঙা

২০২৫-২৬‌ শিক্ষা বৰ্ষৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ -ছাত্ৰী সকলৰ বিদায় সভা আৰু বাৰ্ষিক ক্ৰীড়াৰ বঁটা বিতৰণী অনুষ্ঠান।
27/02/2026

২০২৫-২৬‌ শিক্ষা বৰ্ষৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ -ছাত্ৰী সকলৰ বিদায় সভা আৰু বাৰ্ষিক ক্ৰীড়াৰ বঁটা বিতৰণী অনুষ্ঠান।

গণৰাজ্য দিৱস উদযাপন 🙏 লাওভগা প্ৰাথমিক বিদ্যালয়
26/01/2026

গণৰাজ্য দিৱস উদযাপন 🙏
লাওভগা প্ৰাথমিক বিদ্যালয়

Address

Chabuk Dhora Road
Golaghat

Website

Alerts

Be the first to know and let us send you an email when Lawbonga L P School, Kakodonga posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category