Kachugaon LPS Kakodonga

Kachugaon LPS Kakodonga

Share

The official page of Kachugaon Lps, Kakodonga.

Photos from Kachugaon LPS Kakodonga's post 16/05/2026

#বিদ্যালয়ৰ_গৌৰৱ 💕👏🎉
কচুগাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সমাপ্ত কৰা শ্ৰীমন্ত গগৈ য়ে 'Probing and Tailoring Ultrafast Hot-Carrier Cooling Mechanisms in Semiconductor Nanostructures' শীৰ্ষক গৱেষণাৰ বাবে আই.আই.এচ.ই.আৰ (IISER), ভূপালৰ পৰা ৰসায়ন বিজ্ঞানত পি.এইচ.ডি. ডিগ্ৰী লাভ কৰিছে।
কচুগাঁও প্ৰাথমিক বিদ্যালয় পৰিয়ালে ড°শ্ৰীমন্ত গগৈলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। শ্ৰীমন্ত গগৈ আন সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে নিদৰ্শণ হৈ ৰ‌ওক।

Photos from Kachugaon LPS Kakodonga's post 16/05/2026

📌
Neeti Foundation’s esteemed officer, Rajashri Madam, visited the KAA Shreni of Kachu Gaon Primary School on 25/02/2026. She interacted with the mothers of the children of KAA Shreni.
She explained to the teachers, parents, and Anganwadi workers how the storybooks provided by Neeti Foundation should be shared among the children and how this initiative would contribute to the children’s social-emotional, linguistic, physical and mental, as well as pre-numeracy development.
She was assisted by Smritirekha Baruah, Dipika Gogoi, and Biplabjyoti Bora.
On behalf of Kachu Gaon Primary School, we extend our heartfelt gratitude to all concerned.

Photos from Kachugaon LPS Kakodonga's post 23/01/2026

সৰস্বতী পূজা ২০২৬🙏🎈
#কচুগাঁও_প্ৰাথমিক_বিদ্যালয়

Photos from Kachugaon LPS Kakodonga's post 22/11/2025

বন্ধু বিদ্যালয় উদযাপন কাৰ্যসূচী উপলক্ষে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ পুৰস্কাৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকল…..
#কচুগাঁওপ্ৰাথমিকবিদ্যালয় #কচুগাঁও_প্ৰাথমিক_বিদ্যালয়ে

19/11/2025

বন্ধু বিদ্যালয় কাৰ্যসূচী উদযাপন...❤️
#কচুগাঁওপ্ৰাথমিকবিদ্যালয়

Photos from Kachugaon LPS Kakodonga's post 17/11/2025

📌 আজি গোলাঘাট জিলাৰ কেন্দ্ৰীয় শিক্ষাখণ্ডৰ গোহাঁইমেৰ মণ্ডল সমল কেন্দ্ৰৰ অধীনস্থ বিদ্যালয় সমূহৰ শিক্ষক সকলৰ মাজত অনুষ্ঠিত হোৱা শিক্ষণ- শিকন সামগ্ৰী প্ৰস্তুত কৰা প্ৰতিযোগিতাত আমি #কচুগাঁও_প্ৰাথমিক_বিদ্যালয়ে সাক্ষৰতা বিভাগত #প্ৰথম_স্থান আৰু সাংখ্যিকতা বিভাগত #দ্বিতীয়_স্থান লাভ কৰিবলৈ সক্ষম হওঁ ।।

Photos from Kachugaon LPS Kakodonga's post 14/11/2025

বিদ্যালয়ৰ সোণালী জয়ন্তীৰ স্মৃতি খুচৰি....❤️

Photos from Kachugaon LPS Kakodonga's post 14/11/2025
Photos from Kachugaon LPS Kakodonga's post 22/09/2025

জুবিন গাৰ্গ - এটা যুগৰ অন্ত পৰিল!
মানি ল'বলৈ অসম্ভৱ যে অসমৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। এই মৃত্যু অসহনীয়। তেওঁ য'তেই আছে শান্তিৰে থাকক, তেওঁৰ গীত, তেওঁৰ সৃষ্টি বিশ্ববাসীৰ হৃদয়ত সজীৱ হৈ থাকিব।
ধনী-দুখীয়া, উচ্চ-নীচ আদিৰ পাৰ্থক্য নাৰাখি সকলোকে সমদৃষ্টিৰে চোৱা এজন মানৱ দৰদী ব্যক্তি আছিল জুবিন গাৰ্গ। সেয়ে মহান শিল্পী, লুইত কণ্ঠ, অসমৰ সম্পদজনক আজি বিদ্যালয়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
তেওঁ য'তেই আছে কুশলে থাকক।🙏🌼
তেওঁৰ আত্মা বৈকুণ্ঠ প্ৰাপ্তি হওঁক।🙏

Want your school to be the top-listed School/college in Golaghat?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Kakodonga
Golaghat
785626