Debraj Roy College AASU Unit

Debraj Roy College AASU Unit This is a unit of Golaghat Regional Students' Union(গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থা)

22/08/2017
আপোনালোকৰ আশীষ বিচাৰি......
22/08/2017

আপোনালোকৰ আশীষ বিচাৰি......

30/06/2017

বুক বেংকঃ
প্ৰিয় সতীৰ্থ, আৰ্থিকভাবে অনগ্রসৰ ছাত্ৰ/ছাত্ৰীক বিনামূলীয়াকৈ পাঠ্যপুথি যোগান ধৰাৰ উদ্দেশ্যে গোলাঘাট আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত চলিত শিক্ষাবৰ্ষৰ পৰা এটি বুক বেংক স্থাপন কৰা হৈছে। ছাত্ৰসন্থাৰ বুক বেংকত ন-পুৰনি পাঠ্যপুথি আগবঢ়াই আমাৰ এই প্ৰচেষ্টাৰ অংশীদাৰ হওঁক।আপোনি আগবঢ়োৱা গ্ৰন্থই অভাৱী মেধাবী ছাত্র ছাত্ৰীৰ শৈক্ষিক উত্তৰণত সহযোগিতা আগবঢ়াব। সবিশেষ জানিবলৈ গোলাঘাট আঞ্চলিক ছাত্র সন্থাৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ।
যোগাযোগ :: অংশুমান বৰুৱা-৯৭০৬৯৯২৯৪৫ বিশ্বজিত গগৈ-৯৮৫৯৪৮০৭৫০.

গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ আছু গোট যোৱা ইংৰাজী ২৪/০৬/২০১৭ তাৰিখে পুনৰ গঠন কৰা হয়। ৰ...
26/06/2017

গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ আছু গোট যোৱা ইংৰাজী ২৪/০৬/২০১৭ তাৰিখে পুনৰ গঠন কৰা হয়। ৰবি শংকৰ গগৈ সভাপতি আৰু সঞ্জীৱ গগৈ সম্পাদক হিচাপে লৈ এখন সৰ্বাংগসুন্দৰ সমিতি গঠন কৰা হয়।
উক্ত সমিতি খনে মহাবিদ্যালয়ৰ লগতে জাতি মাটিৰ স্বাৰ্থত কাম কৰি যাব বুলি গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাই আশা প্ৰকাশ কৰিছোঁ আৰু সকলো দেৱৰাজিয়ানৰ সহায় সহযোগিতা কামনা কৰিছোঁ।ধন্যবাদ।।জয় আই অসম।।

10/06/2017

#গোলাঘাট #
আমি সকলোৱে মিলি হাতত মম লৈ আগবাঢ়িম এক শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে।গোলাঘাটবাসীলৈ এক অনুৰোধ-নিজেই নিজকে সুৰক্ষিত কৰাৰ লগতে আই, বাই ভনী, জীয়ৰী আৰু পত্নী সকলোৰে সুৰক্ষাৰ খাতিৰত সকলো একত্ৰিত হবলৈ ওলাই আহক ,12 জুন সোমবাৰ আবেলি ৫ বজাত স্থান... বাটা পইন্ট, গোলাঘাট |আমাৰ এটাই অনুৰোধ হব- ধর্ষণকাৰীৰ ক্ষেত্ৰত ফাষ্ট ট্ৰেক আইন বলবৎ হওক।তাৰ পিছত এটা গনস্বাক্ষৰ। সেই গনস্বাক্ষৰৰ পোনপটীয়া কপি যাব ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু ন্যায়ৰ মুখ্য স্থানত অধিষ্ঠিত সকললৈ। এখন কঠোৰ আইনৰ বাবে আমি আশাবাদী।। #প্ৰতিগৰাকীনিৰ্যাতিতাক ন্যায় দিয়াৰ স্বাৰ্থত আৰু ফুলকুমলীয়া জীৱনবোৰ কলিতে মৰহি যোৱাৰ পৰা ৰক্ষাকৰিবলৈ আপোনালোকৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলো।।

H.S Exam
20/12/2015

H.S Exam

03/05/2015
Admission Notice  1.The Banaras Hindu University Invites applications For admission to its Under Graduate Programmes (14...
16/03/2015

Admission Notice
1.The Banaras Hindu University Invites applications For admission to its Under Graduate Programmes (14),Post Graduate Programmes (77), and Diploma Certificate programmes (58), for the Academic Session 2015-2016. Availability Of Online application Form on the Entrance Test Portal: 12/03/2015, Last date of Online submission of Application form -08/04/2015
(Details available on www.bhuonline.in)
2.Satyajit Ray Film &Television Institute ,Kolkata invites applications for admission to Three Year Post Graduate Programme in Cinema for the session 2015-18 .Last date of submission : 15-04-15.
(Details available on www.srfti.ac.in)

Guidlines to fill the Online Application. What all do you need to complete the Online application process for BHU and much more.For the best view of this application please use Mozilla Firefox, Google Chrome browser. » Details

13/02/2015

we convey our heartful wishes to all the examinees of H.S.L.C. and H.S.S.L.C. examination..... Good Luck

23/01/2015

প্ৰিয় দেৱৰাজীয়ান; অহা 25/01/2015 তাৰিখ দেওবাৰে আমাৰ মহাবিদ্যালয়ত আয়োজিত সৰস্বতী পূজাৰ পৱিত্ৰ অনুষ্ঠানটিত উপস্থিত থাকি আমাক কৃতাৰ্থ কৰে যেন••• লগতে আপোনালোকৰ সহায় সহযোগিতাখিনিও সম্পূৰ্ণৰূপে কামনা কৰিলো৷ ধন্যবাদ৷৷৷

Higher Secondary Final Examination,2015 Programme
30/12/2014

Higher Secondary Final Examination,2015 Programme

Address

Golaghat

Website

Alerts

Be the first to know and let us send you an email when Debraj Roy College AASU Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share