28/03/2026
বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত আজি chess competition অনুষ্ঠিত হয়।প্ৰশিক্ষক পল্লৱ গোহাঁইৰ তত্বাৱধানত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাকিব আলি , দ্বিতীয় স্থান লাভ কৰে পঞ্চম শ্ৰেণীৰ ছাত্ৰী ৰিয়া বেগম আৰু তৃতীয় স্থান লাভ কৰে দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ শ্ৰেয়ান শুক্লবৈদ্য। তিনিও গৰাকী ছাত্ৰ -ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো লগতে অংশগ্ৰহণ কৰা সকলোলৈ মৰম যাচিলো ।