Ganakpukhuri High School

Ganakpukhuri High School GANAKPUKHURI HS was established in 1965 and it is managed by the Department of Education. It is located in Rural area.

It is located in CENTRAL block of GOLAGHAT district of Assam. The school consists of Classes from 6 to 10.

2025 ৰ NMMS পৰীক্ষাত উত্তীৰ্ণ হৈ আমাৰ বিদ্যালয়ৰ ছাত্ৰ শ্ৰী অভিপল দাসে বাৰ্ষিক 12000 টকাকৈ বৃত্তি পোৱাৰ যোগ্যতা অৰ্জন কৰি...
19/03/2026

2025 ৰ NMMS পৰীক্ষাত উত্তীৰ্ণ হৈ আমাৰ বিদ্যালয়ৰ ছাত্ৰ শ্ৰী অভিপল দাসে বাৰ্ষিক 12000 টকাকৈ বৃত্তি পোৱাৰ যোগ্যতা অৰ্জন কৰিছ. অভিনন্দন অভিপল 🎉👏💪

বিদ্যালয়ত নতুনকৈ নিৰ্মাণ কৰিবনৈ লোৱা Integrated Science and Maths Lab ৰ আধাৰশিলা স্থাপন অনুষ্ঠান ৰ কেইটামান মুহূৰ্ত:
23/02/2026

বিদ্যালয়ত নতুনকৈ নিৰ্মাণ কৰিবনৈ লোৱা Integrated Science and Maths Lab ৰ আধাৰশিলা স্থাপন অনুষ্ঠান ৰ কেইটামান মুহূৰ্ত:

ভাৰত স্কাউট এণ্ড গাইড, ধনশিৰী অপেন ট্ৰুপ,গোলাঘাটে অনুষ্ঠিত কৰা পাঁচদিনীয়া শিবিৰত অংশগ্ৰহণ কৰি আমাৰ বিদ্যালয়ে Best disc...
29/12/2025

ভাৰত স্কাউট এণ্ড গাইড, ধনশিৰী অপেন ট্ৰুপ,গোলাঘাটে অনুষ্ঠিত কৰা পাঁচদিনীয়া শিবিৰত অংশগ্ৰহণ কৰি আমাৰ বিদ্যালয়ে Best disciplined School Award লাভ কৰিছে।আমি শিক্ষক/কৰ্মচাৰীৰ তৰফৰ পৰা অংশগ্ৰহণকাৰী ছাত্ৰ সকলক অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
অভিনন্দন-
পৰাশ দাস
বিকাশ দাস
ভাগ্যজ্যোতি বৰা
প্ৰীতম ভৰালী
সমীৰ দত্ত
উত্তৰণ বৰা
ৰাজ নেওঁগ
চিন্ময় হাজৰিকা
পাৰ্থ প্ৰতিম শইকীয়া

16/12/2025

At school in School week

আমাৰ গৌৰৱ: গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ-2025ত ,ৰটাৰী ক্লাৱ,গোলাঘাট ৰ উদ্যোগত অনুষ্ঠিত হোৱা সদৌ অসম প্ৰাইজমণি বক...
27/10/2025

আমাৰ গৌৰৱ:
গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ-2025ত ,ৰটাৰী ক্লাৱ,গোলাঘাট ৰ উদ্যোগত অনুষ্ঠিত হোৱা সদৌ অসম প্ৰাইজমণি বক্তৃতা প্ৰতিযোগিতাত ভাগ লৈ আমাৰ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী দৰ্শনা বৰাই দ্বিতীয় স্থান লাভ কৰে।
অভিনন্দন দৰ্শনা ❤️@

16/04/2025

বিদ্যালয়ৰ তৰফৰ পৰা সকলো শুভাকাংক্ষীক ৰঙালী বিহু আৰু অসমীয়া নববৰ্ষৰ শুভেচ্ছা জনালোঁ

27/03/2025

A grade in Gunotsav

আমাৰ গৌৰৱ   "অসম বিজ্ঞান সমিতিৰ" ৫৫ সংখ্যক অধিবেশনৰ লগত সংগতি ৰাখি ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কৰা, ৰচনা প্ৰতিযোগিতাত আমাৰ ...
23/03/2025

আমাৰ গৌৰৱ

"অসম বিজ্ঞান সমিতিৰ" ৫৫ সংখ্যক অধিবেশনৰ লগত সংগতি ৰাখি ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কৰা, ৰচনা প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ ছাত্ৰী শ্ৰীমতী শিৱানী মহন্ত ই দ্বিতীয় স্থান লাভ কৰিছে।
তেওঁক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ

গোলাঘাট কেন্দ্ৰীয় শিক্ষা খণ্ডৰ উদ্যোগত উদযাপিত হোৱা আন্তঃ ৰাষ্ট্ৰীয় দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা কবিতা আ...
03/12/2024

গোলাঘাট কেন্দ্ৰীয় শিক্ষা খণ্ডৰ উদ্যোগত উদযাপিত হোৱা আন্তঃ ৰাষ্ট্ৰীয় দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা কবিতা আবৃত্তি প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰা আমাৰ বিদ্যালয়ৰ দিব্যাংগ ছাত্ৰ পৱিত্ৰ দাসে বঁটা গ্ৰহণ কৰা মূহুৰ্তত:

Address

Golaghat
785622

Alerts

Be the first to know and let us send you an email when Ganakpukhuri High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category