Bholaguri Kamala Miri Higher Secondary School

Bholaguri Kamala Miri Higher Secondary School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bholaguri Kamala Miri Higher Secondary School, Education, Bholaguri, Golaghat.

Farewell ceremony of Kaustubh Moni Deka Sir, (Science Teacher) who took transfer (inter departmental) to Morigaon distri...
28/09/2026

Farewell ceremony of Kaustubh Moni Deka Sir, (Science Teacher) who took transfer (inter departmental) to Morigaon district. He was also our Co - Controller of Examination. We fondly remember his dedication, talent and Student Centric Attitude. We wish him all success in his future endeavours. Thank You Deka Sir, for your service.
Dated : The 29th of August, 2026

Bholaguri  Kamala Miri Higher Secondary School U-17 team (boys) participating at Zonal Level School Football Tournament....
19/06/2026

Bholaguri Kamala Miri Higher Secondary School U-17 team (boys) participating at Zonal Level School Football Tournament.
Bholaguri Kamala Miri Higher Secondary School wishes them all the very best.

বুধবাৰ ১৭/০৬/২০২৬ তাৰিখে ভোলাগুৰি কমলা মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্প্ৰীতি ভোজ পালন কৰা হয়।
19/06/2026

বুধবাৰ ১৭/০৬/২০২৬ তাৰিখে ভোলাগুৰি কমলা মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্প্ৰীতি ভোজ পালন কৰা হয়।

আজি ইং ১০/০৬/২০২৬ তাৰিখে ভোলাগুৰি কমলা মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়'ত সন্মানীয় গোলাঘাট জিলাৰ অতিৰিক্ত আয়ুক্ত মহোদয়াৰ দ্...
11/06/2026

আজি ইং ১০/০৬/২০২৬ তাৰিখে ভোলাগুৰি কমলা মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়'ত সন্মানীয় গোলাঘাট জিলাৰ অতিৰিক্ত আয়ুক্ত মহোদয়াৰ দ্বাৰা School Transportation and Es**rt Service অনুষ্ঠানটিৰ শুভ উদ্ধোধন কৰা হয়।

আজি ০৫/০৬/২০২৬ তাৰিখে ভোলাগুৰি কমলা মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। চিত্ৰাংকন, কুইজ...
05/06/2026

আজি ০৫/০৬/২০২৬ তাৰিখে ভোলাগুৰি কমলা মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। চিত্ৰাংকন, কুইজ, শ্লোগান লিখা, পেলনীয়া সামগ্ৰীৰে বিভিন্ন বস্তু প্ৰস্তুত কৰা আদি বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰা হয়।

ভোলাগুৰি কমলা মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী বন্তি বড়া বাইদেউৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ কিছু ক্ষণ। দিনাংক...
08/05/2026

ভোলাগুৰি কমলা মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী বন্তি বড়া বাইদেউৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ কিছু ক্ষণ।

দিনাংক: ০৮ মে, ২০২৬

28/04/2026
10/04/2026
Bidya-arambhBook distribution at Bholaguri Kamala Miri Higher Secondary School
01/04/2026

Bidya-arambh
Book distribution at Bholaguri Kamala Miri Higher Secondary School

Address

Bholaguri
Golaghat
786511

Opening Hours

Monday 9am - 3:30am
Tuesday 9am - 3:30am
Wednesday 9am - 3:30am
Thursday 9am - 3:30am
Friday 9am - 3:30am
Saturday 9am - 12pm

Website

Alerts

Be the first to know and let us send you an email when Bholaguri Kamala Miri Higher Secondary School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share