Jigyasha Foundation Assam

Jigyasha Foundation Assam

Share

GOVERNMENT REGISTERED NGO MAKES YOU BELIEVE IN EXCELLENCE

11/01/2026

জিজ্ঞাসাক স্বীকৃতি আন্তৰাষ্ট্ৰীয় AI মাধ্যমত,
আমি কিন্তু বেছি SHOW OFF নকৰি কাম কৰো।

14/04/2025

সকলোলৈকে ৰঙালীৰ বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা

31/03/2025

জিজ্ঞাসাত কালিলৈৰ পৰা বিজ্ঞানৰ বিনামূলীয়া অফলাইন পাঠদান।
নৱম আৰু দশম শ্ৰেণীৰ।
মেট্ৰিকত অহা ১৩ নম্বৰ বিনামূলীয়া কৈ লাভ কৰাৰ সুবিধা।

Photos from Jigyasha Foundation Assam's post 26/03/2025

২০২২ চনৰ পৰা দেওপৰ্বত্তৰ সংৰক্ষণ আৰু ইয়াৰ ঐতিহ্যৰ সজাগতাৰ বাবে জিজ্ঞাসা ফাউণ্ডেচনে অবিৰত ভাৱে কাম কৰি আছে। এই কাম মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়াৰ দৃষ্টিগোচৰ হোৱাত , যোৱা ২৭ নৱেম্বৰ ২০২৪ চনত তেওঁ দেওপৰ্বত্ত পৰিদৰ্শন কৰি যায়। মুখ্যমন্ত্ৰীক দেওপৰ্বত্তৰ ঐতিহাসিক গুৰুত্ব আৰু দেওপৰ্বত্তৰ প্ৰতিটো ভাস্কৰ্য জিজ্ঞাসা ফাউণ্ডেচনৰ সভাপতি Pranab Sharma য়ে নিজেই দাঙি ধৰিছিল। অনাগত দিনত দেওপৰ্বত্তক লৈ ভাল খবৰ আহিব বুলি আশাবাদী।

26/03/2025

📌অসমৰ যিকোনো জিলাৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে।
📌জিজ্ঞাসাৰ বিজ্ঞান আৰু গণিতৰ পাঠদানৰ বাবে যোগাযোগ কৰক।
📌এইবাৰ অনলাইন আৰু অফলাইন দুয়ো ধৰণে পাঠদান গ্ৰহণ কৰিব পাৰিব।

19/02/2025

Photos from Jigyasha Foundation Assam's post 20/04/2024

Wow !! HSLC 2024 Results are out and students performed so well. JYOTIKA SINGH GOT HIGHEST MARK IN ENGLISH 🏅🏅

15/02/2024

সকলো পৰীক্ষাৰ্থীলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শুভেচ্ছা।

20/01/2024

গোলাঘাট জিলাৰ হাজাৰ বছৰীয়া ইতিহাস সংৰক্ষণৰ বাবে জিজ্ঞাসা ফাউণ্ডেচনৰ শ্ৰী প্ৰণৱ জ্যোতি শৰ্মাৰ ৮২ কিঃমিঃ চাইকেল যাত্ৰা। চাওক আৰু share কৰক।

Photos from Jigyasha Foundation Assam's post 16/01/2024

হাজাৰ বছৰীয়া পুৰণি দেওপৰ্বত পুৰাত্ত্বিক ক্ষেত্ৰ সংৰক্ষণ আৰু সজাগতা প্ৰচাৰৰ উদ্দেশ্যে আজি জিজ্ঞাসা ফাউণ্ডেচনৰ হৈ প্ৰণৱ জ্যোতি শর্মায়ে ৮২ কিঃমিঃ চাইকেল যাত্ৰা কৰে। এই সজাগতা যাত্ৰা নদীদ্বীপ মাজুলীৰ পৰা যোৰহাট হৈ গোলাঘাট জিলাৰ দেওপৰ্বতত সমাপ্ত হয়।

Want your school to be the top-listed School/college in Golaghat?

Click here to claim your Sponsored Listing.

Location

Telephone

Website

Address


TELGARAM , NUMOLIGARH
Golaghat

Opening Hours

Monday 10am - 5pm
Tuesday 10am - 5pm
Wednesday 10am - 5pm
Thursday 10am - 5pm
Friday 10am - 5pm