Gohain Gaon Primary School Kamarbandha

Gohain Gaon Primary School Kamarbandha Gohain gaon primary school is running under School Education Department, Govt of Assam, estd in 1950.

19/01/2026
শাৰদীয় দুৰ্গা পূজাৰ শুভ কামনা জনালোঁ
27/09/2025

শাৰদীয় দুৰ্গা পূজাৰ শুভ কামনা জনালোঁ

শিকো আহা....
25/09/2025

শিকো আহা....

ধুমুহাৰ সৈতে বহু যুগৰে নাচোন থকা আমাৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গ সোণেৰে সজোৱা পঁজা ভাঁঙি আমাৰ কাষৰ পৰা কায়িক ...
22/09/2025

ধুমুহাৰ সৈতে বহু যুগৰে নাচোন থকা আমাৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গ সোণেৰে সজোৱা পঁজা ভাঁঙি আমাৰ কাষৰ পৰা কায়িক ভাৱে আঁতৰি গৈছে । তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰি তেখেতৰ প্ৰতিচ্ছবিত এগছি বন্তি প্ৰজ্বলন কৰা হয়। কায়িক ভাৱে তেখেত আমাৰ মাজৰ পৰা আঁতৰি গ'লেও তেখেতৰ সৃষ্টিৰাজিৰ জৰিয়তে আমাৰ মাজত সদায় জীয়াই থাকিব 🙏

09/08/2025
ভাৰতীয় ভাষা গ্ৰীষ্মকালীন শিবিৰ তথা গ্ৰীষ্ম বন্ধ ঘোষণা অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ বিভিন্ন কাৰ্যকলাপৰ কিছু স্থিৰ চিত্ৰ
30/06/2025

ভাৰতীয় ভাষা গ্ৰীষ্মকালীন শিবিৰ তথা গ্ৰীষ্ম বন্ধ ঘোষণা অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ বিভিন্ন কাৰ্যকলাপৰ কিছু স্থিৰ চিত্ৰ

গোহাঁই গাঁও প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা সদৌ অসমবাসী ৰাইজলৈ বাপতি সাহোন ৰঙালী বিহুৰ আন্তৰিক ওলগ জ্ঞাপন কৰিলো।
12/04/2025

গোহাঁই গাঁও প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা সদৌ অসমবাসী ৰাইজলৈ বাপতি সাহোন ৰঙালী বিহুৰ আন্তৰিক ওলগ জ্ঞাপন কৰিলো।

আমাৰ গোহাঁই গাঁও প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা শৈক্ষিক মেলাৰ দ্বাৰা 'ক' শ্ৰেণী আৰু প্ৰথম শ্ৰেণীৰ নাম ভৰ্তি কৰণৰ কেইট...
21/03/2025

আমাৰ গোহাঁই গাঁও প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা শৈক্ষিক মেলাৰ দ্বাৰা 'ক' শ্ৰেণী আৰু প্ৰথম শ্ৰেণীৰ নাম ভৰ্তি কৰণৰ কেইটামান মুহূৰ্ত।

Address

Assam
Golaghat
785625

Website

Alerts

Be the first to know and let us send you an email when Gohain Gaon Primary School Kamarbandha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category