30/04/2020
গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ
শ্রীযুত অনুপ কুমাৰ দাসদেৱলৈ
বিদায় সম্ভাষণ
শ্রদ্ধাভাজনেষু,
প্রথমে গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ পৰিয়ালৰ হৈ আপোনালৈ আমাৰ আন্তৰিক ওলগ যাচিলোঁ। আজিৰ এই বিদায় ক্ষণত আপোনাৰ স'তে পাৰ কৰা প্ৰতিটো মুহূর্ত শ্রদ্ধাৰে সুঁৱৰিছো। মহাবিদ্যালয়ৰ সুদীর্ঘ কৰ্ম জীৱনৰ সময়ছোৱাত অধ্যাপক আৰু অধ্যক্ষ হিচাপে লাভ কৰা উমাল সান্নিধ্যৰ স্মৃতি আমাৰ মনাকাশত আজিও সজীৱ হৈ আছে। গত সময়ছোৱাত পৰিলক্ষিত হোৱা আপোনাৰ কৰ্মোদম, কৰ্মদক্ষতা, আপোনাৰ চিন্তাৰ গভীৰতা আৰু সহজ সৰল ব্যক্তিত্ব আমাৰ বাবে সদায় পাথেয় হৈ ৰ'ব।
হে মান্যবৰ
আজিৰ এই বিদায় মাথো এক পৰম্পৰাহে। এই মহাবিদ্যালয়ৰ পৰিয়ালৰ লগত থকা আত্মিক সম্বন্ধই আমাক সদায় আপোন কৰি ৰাখিব। আপোনাৰ প্রতি থকা আমাৰ শ্ৰদ্ধা, মৰম, ভালপোৱা চিৰসেউজীয়া হৈ থাকিব। আপোনাৰ ব্যক্তিত্বৰ অনন্য আঁকৰ অনাগত দিনবোৰতো একেদৰেই থাকক। এই বিদায় বেলাত আপোনাৰ নতুন জীৱনলৈ আমি জনাইছোঁ আমাৰ আন্তৰিক শুভেচ্ছা। আপোনাৰ নতুন জীৱনটো সুন্দৰ হওঁক, সুখময় হওঁক। আপোনাৰ সুস্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰিলোঁ।
মহাবিদ্যালয়ৰ পৰিয়ালৰ হৈ---------
24/08/2017
অসমৰ সাংস্কৃতিক জগতৰ এগৰাকী সুদক্ষ অভিনেতা,নাট্য পৰিচালক ,সংগীত পৰিচালক,বেহেলা বাদক ,গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ বৰ্তমানৰ উপাধ্যক্ষ ডঃ ৰাজীৱ লোচন বৰা দেৱ আৰু আমাৰ মাজত নাই।আজি পুৱতি নিশা তেখেতৰ পৰালোক প্ৰাপ্তি ঘটে। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰে
26/01/2015
Golaghat Commerce College N.C.C unit grabs the 3rd Prize in the Republic Day Parade 2015. Kudos to the team.
In Picture: Patrol commander Rijumoni Tanti receiving the award from Smt. Ajanta Neog (Minister PWD, Urban Development & Housing). Also present were Nitin Khade D.C Golaghat(IAS), Shri Prithipal Singh S.P Golaghat(IPS).
Photo: Arindam Bhardwaj.
24/01/2014
Happy to announce that our Golaghat Commerce College গোলাঘাট বানিজ্য মহাবিদ্যালয় drama group has been awarded as the best drama group in Dibrugarh University Youth Festival 2014 held in Tinsukia College. Chinmoy Bhuyan from B.Com 6th has been awarded as the best Director and the 3rd best photographers.
12/08/2013
B.Com 2nd and 4th semester results out. To check follow the following links:
https://www.facebook.com/groups/GolaghatCommerceCollege/
19/05/2013
Dr Jatindra Nath Saikia, Jiban Jyoti Kakoti and Dr Ajit Barua (Chairman G.M.B ) while inaugurating the Research Journal 'Research Promoter' Vol III and No. III (ISSN 2231 0193) published by the department of Human Resource and Management, Golaghat Commerce College on 16/5/2013.
It is noteworthy that the journal is supported & recognized by the ICSSR, New Delhi. Dr. Jatindra Nath Saikia is the Editor-in-Chief & Jiban Jyoti Kakoti is the Executive Editor of the journal.
Photo by Dr Jatindra Nath Saikia Sir.
18/05/2013
P.W.D and urban development minister Mrs Ajanta Neog while inaugurating the newly built indoor stadium in Golaghat Commerce College গোলাঘাট বানিজ্য মহাবিদ্যালয় Dated- 16/5/2013
Photo Credits: Chinmoy Bhuyan.
18/02/2013
GCCians on the day of Saraswati Puja '13.
Photographed and edited by Chinmoy Bhuyan.
15/01/2013
College week 2013 from 17.1.2013 to 20.01.2013.
Play safe everyone :)
09/01/2013
Temperature in Golaghat.
9/1/2013, 7:07 P.M
06/01/2013
We have a reason to celebrate. 100 likes. Cheers to everyone out there. :) Help us keep growing.