Borjan Dakhin Hengera MES

Borjan Dakhin Hengera MES Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Borjan Dakhin Hengera MES, Education Website, Borjan, Golaghat.

বৰজান দক্ষিণহেঙ্গেৰা মধ্য ইংৰাজী বিদ্যালয়ৰ লগত সমাজ জড়িতকৰণ আৰু ছাত্ৰক ব্যৱহাৰিক শিক্ষা দিয়াৰ ক্ষুদ্ৰ প্ৰয়াস ।
15/02/2023

বৰজান দক্ষিণহেঙ্গেৰা মধ্য ইংৰাজী বিদ্যালয়ৰ লগত সমাজ জড়িতকৰণ আৰু ছাত্ৰক ব্যৱহাৰিক শিক্ষা দিয়াৰ ক্ষুদ্ৰ প্ৰয়াস ।

চলিত সপ্তাহত বৰজান দক্ষিণহেঙ্গেৰা মধ্য ইংৰাজী বিদালয়ত ছাত্ৰ-ছাত্ৰীৰ পাঠ্যপুথিৰ লগত সংগতি ৰাখি শৈক্ষিক তথা সামাজিক প্ৰমূল...
11/02/2023

চলিত সপ্তাহত বৰজান দক্ষিণহেঙ্গেৰা মধ্য ইংৰাজী বিদালয়ত ছাত্ৰ-ছাত্ৰীৰ পাঠ্যপুথিৰ লগত সংগতি ৰাখি শৈক্ষিক তথা সামাজিক প্ৰমূল্যবোধৰ উত্তৰণৰ বাবে হাতত লোৱা কেইটিমান কাৰ্যপন্থাৰ দৃশ্যাংশ ।

11/02/2023

ছাত্ৰ -ছাত্ৰীৰ শৈক্ষিক - সামাজিক উত্তৰণেই হৈছে এই গ্ৰুপৰ প্ৰধান লক্ষ্য

আজি ইং ১১/০২/২০২৩ তাৰিখে বৰজান দক্ষিণহেঙ্গেৰা মধ্য ইংৰাজী বিদ্যালয়ত শণিবৰীয়া চ'ৰাত আয়োজন কৰা চিত্ৰাংকন আৰু অংক দৌৰ প্ৰতি...
11/02/2023

আজি ইং ১১/০২/২০২৩ তাৰিখে বৰজান দক্ষিণহেঙ্গেৰা মধ্য ইংৰাজী বিদ্যালয়ত শণিবৰীয়া চ'ৰাত আয়োজন কৰা চিত্ৰাংকন আৰু অংক দৌৰ প্ৰতিযোগিতাৰ দৃশ্যাংশ ।আজি প্ৰতিযোগিতা দুটা আয়োজন কৰা শিক্ষয়িত্ৰী দুগৰাকী ক্ৰমে সমীক্ষা বৰতামূলী আৰু পাহাৰী শইকীয়া - দুয়োগৰাকীলৈ আন্তৰিক কৃতজ্ঞতা আৰু প্ৰতিযোগিতা দুটা সফল ভাৱে সম্পাদন কৰাৰ ক্ষেত্ৰত সহায় -সহযোগিতা কৰা শিক্ষক -শিক্ষয়িত্ৰী কেইগৰাকীলৈ শলাগৰ শৰাই আগবঢ়ালোঁ ।

Address

Borjan
Golaghat

Website

Alerts

Be the first to know and let us send you an email when Borjan Dakhin Hengera MES posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share