22/02/2025
শঙ্কৰী সঙ্গীত পৰীক্ষা পৰিষদৰ পঞ্জীয়নভূক্ত শঙ্কৰী সঙ্গীত বিদ্যালয়।
22/02/2025
শ্ৰীমন্ত শংকৰদেৱ ইন্টাৰনেশ্বনেল কনক্লেভ অন্ য়ুথ এণ্ড চছিয়েল ডেভেলপমেন্টৰ অনুষ্ঠানত শঙ্কৰী সঙ্গীত বিদ্যালয়ৰ ঝুমুৰা নাচৰ দলটিয়ে ঝুমুৰা নাচ প্ৰদৰ্শনৰ কিছু অংশ...
07/12/2024
Our Sankari Sangeet Vidyalaya's Jhumura Naach group performed Jhumura Ramdaani and Mela Naach part at Srimanta Sankardeva International Conclave on Youth & Social Development on 6th December 2024
শঙ্কৰী সঙ্গীত বিদ্যালয়ৰ ঝুমুৰা নাচৰ দলটিয়ে শ্ৰীমন্ত শংকৰদেৱ ইন্টাৰনেশ্বনেল কনক্লেভ অন্ য়ুথ এণ্ড চছিয়েল ডেভেলপমেন্টৰ অনুষ্ঠানত ঝুমুৰা নাচ প্ৰদৰ্শনৰে অংশ গ্ৰহণ কৰাৰ শেষত।
05/11/2024
শঙ্কৰী সঙ্গীত বিদ্যালয় দৈয়াঙে জিলাভিত্তিক প্ৰতিযোগিতাত ঝুমুৰা মেলা নাচ প্ৰদৰ্শনত দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হ'ল, এইয়া আপোনালোকৰ আশীৰ্বাদৰ বাবেই সম্ভব হৈ উঠিল.... সকলোলৈ সেৱা নিবেদিলো...
05/09/2024
ভক্তিভৰা সেৱা জনালো ...
02/09/2024
ঝুমুৰা নৃত্য প্ৰদৰ্শনৰ প্ৰাক মুহূৰ্তত
শঙ্কৰী সঙ্গীত বিদ্যালয় দৈয়াং ছাত্ৰ-ছাত্ৰীৰ দল
18/07/2024
"কৰতল কমল" এই মহান সৃষ্টিৰাজি শিক্ষাৰ্থী সকলে বুজি পাবৰ বাবে অৰ্থ ভাঙি দিয়াৰ চেষ্টা কৰিলো... কৰবাত ভুল ৰৈ গলে বিজ্ঞজনে শুদ্ধৰাই দিব...
সেৱাৰে- শঙ্কৰী সঙ্গীত বিদ্যালয় দৈয়াং আঞ্চলিক শাখা
20/06/2024
13/04/2024
সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো ....
17/02/2024
Admissions Open...
নামভৰ্তি চলি আছে....
12/02/2024
নামভৰ্তি চলি আছে....
স্থান:শঙ্কৰী সঙ্গীত বিদ্যালয়ৰ, নাৰায়ণপুৰ, মেৰাপানী
বৰ্ষ: প্ৰথমা, দ্বিতীয়া, মধ্যমা
| 10am - 1pm |