Computer Institute M.TECH Chungajan

Computer Institute M.TECH Chungajan

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Computer Institute M.TECH Chungajan, Education, Naojan Road, Near-Chungajan Chariali, Golaghat.

11/12/2020

পুন প্ৰথমে Computer Institute M.TECH Chungajan তৰফৰ পৰা আগতিয়াকৈ ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো!
নতুন বছৰত নতুন সংকল্পৰে, নতুন আশাৰে ছাত্ৰ ছাত্ৰী সকলৰ প্ৰতিটো দিন সফলতাৰ ফাকু চতিয়াই ৰঙীণ কৰাৰ হেপাহেৰে Chungajan M. Tech Computer প্ৰশিক্ষণ কেন্দ্ৰই আপোনালোকলৈ নিম্নলিখিত উল্লেখ কৰাৰ দৰে বিশেষ Offer আগবঢ়াইছে!
Chungajan M. Tech Computer Education & Training Division ইয়াত ইচ্ছুক Students/ Businessman/ Teachers/ Employees সকলোৱে নামভৰ্ত্তি কৰি ৰেহাই মূল্যত Course Complete কৰিব পাৰিব! লগতে M. Tech Computer Education Practical Lab. ত সকলোৱে নিজৰ সময় সুবিধা অনুযাৰি Computer Class কৰি course সমূহ complete কৰিব পাৰিব!
MTech Chungajan ইয়াত সকলোৱে বাবে computer seat's Available কৰা হৈছে!
M. Tech Computer Education ৰ Trainees সকলৰ প্ৰতি বিশেষ সুবিধা---
* M.Tech computer Education সমুহত Admission যিকোনো সময়তে ল'ব পাৰিব! Admission ৰ সময় সীমাৰ কোনো নিৰ্ধাৰণ নাই!
* Computer course সমূহত Admission ৰ ৰেহাই দিয়া সময়ত One Time Payment আৰু Instalment Wiseত Admission কৰি নিজৰ সুবিধাৱুযায়ী computer class কৰিব পাৰিব!
* Computer courseত Class কৰি থকা ছাত্ৰ ছাত্ৰী সকলৰ কোনো আত্মীয়, বন্ধু বান্ধৱীয়ে computer course ত Admission কৰিব বিছাৰিলে উল্লেখিত OFFER মতে Admission কৰিব পাৰিব!
* সকলো ছাত্ৰ ছাত্ৰী সকলৰ সুবিধাৰ্থে M. tech computer educationয়ে offer সমূহ সময়ে সময়ে আগবঢ়াই আহিছে!
Practically সুবিধা--
* One Computer per student
* High standard Curriculum & Training
* 100% placement assistant
* Experience faculty
* Upto date syllabus
* Inverter & Generator Facility
* special discount available
* Course fee 75% off for physically Handicap

আগ্ৰহী ছাত্ৰ ছাত্ৰী সকলৰ বাবে নামভত্তি প্ৰ পত্ৰ দি থকা হৈছে!
M. Tech
Chungajan Branch
Near SBI CSP, Konwar Complex 1st Floor, Naojan Road
Pin-785601
Contec - 9101243417, 7086228389

01/10/2020

Harry up

16/07/2020
18/03/2020

👇

24/02/2020

ৰেহাই মূল্যত নামভৰ্ত্তি সুবিধাৰ প্ৰদান কৰা হৈছে।
অতি শীঘ্ৰে যোগাযোগ কৰিব বাবে অনুৰুধ জনালো নিম্নলিখিত যোগাযোগৰ নম্বৰত।

Want your school to be the top-listed School/college in Golaghat?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address


Naojan Road, Near-Chungajan Chariali
Golaghat

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm