16/07/2025
UDISE ৰ বাবে আৰু Principal পদটি খালী হোৱাৰ বাবে পুণৰ আমি Advertise কৰিব লগীয়া হল
মাতৃভাষা মাধ্যমৰে সমাজত ব্যক্তিত্বৰ পৰিচয় দিয়াৰ প্ৰয়াস।
16/07/2025
UDISE ৰ বাবে আৰু Principal পদটি খালী হোৱাৰ বাবে পুণৰ আমি Advertise কৰিব লগীয়া হল
01/02/2025
ৰাইজৰ দ্বাৰা পৰিচালিত বিদ্যালয় খনিলৈ যোৱাবছৰৰ দৰেই মৰম আৰু আৰ্শীবাদ বিছাৰিলো
22/12/2024
আমাৰ বিদ্যালয়ৰ এজন সচেতন অভিভাৱক মোৰ ভতিজা তথা বন্ধু নগেন শইকীয়া যোৱাকালি আমাক এৰিথৈ ইহলীলালৈ গতি কৰে ।তেখেতৰ মৃত্যুত আমি সমুহ গন্ধকৰৈ জাতীয় বিদ্যালয়ৰ পৰিয়াল বৰ্গই শোকপ্ৰকাশ জনোঁৱাৰ লগতে শোকসন্তপ্তি পৰিয়ালটিৰ দুখৰ সমভাগী হ'লো । বিদায় -----বন্ধু তোমাৰ আত্মাই সদগতি পাওক
"অৰন্য মানৱ" ,পদ্মশ্ৰী ,যাদৱ পায়েং মহোদয়ক আমাৰ বিদ্যালয়ত আদৰণি জনোৱাৰ মূহুৰ্তত----
23/08/2024
এজন ব্যতিক্ৰমী মানুহ প্ৰকৃতিক নিস্বাৰ্থভাৱে ভালপোৱা পদ্মশ্ৰী অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াক আজি আমাৰ বিদ্যালয়ত আদৰণি জনোৱাৰ মূহুৰ্তত
09/07/2024
Quiz competetion group B anchoring by Bondita Mem------
06/07/2024
"Old memories of school days bring a smile to our faces, reminding us of simpler times filled with learning, friendship, and endless possibilities."
04/07/2024
প্ৰথম বাৰৰ বাবে বিদ্যালয়ত Digital Quiz
20/06/2024
নিমন্ত্ৰণ ৰক্ষা কৰি আজিৰ বিশেষ দিনটোত বিদ্যালয়ৰ ছাত্ৰী বিদ্যাদিপ্তা বৰুৱাৰ নৃত্য প্ৰদৰ্শন
15/06/2024
শ্বহীদ কোশল কোঁৱৰৰ ৮১ তম মৃত্যু বাৰ্ষিকত বিদ্যালয় ফালৰ পৰা তেখেতলৈ শ্ৰদ্ধা জনোৱাৰ মূহুৰ্তত-----
প্ৰথম বাৰ মঞ্চত বিদ্যালয়ৰ "মহাৰথী" দিহানামৰ দলটি ।