Furkating College students

Furkating College students "Education is the movement from darkness to light" -Allan Bloom

আমাৰ এখন চিনাকি মুখ অনন্ত দা । তেওঁৰ আকস্মিক বিয়োগৰ খবৰটো শুনি দুখ অনুভৱ কৰিছো । তেওঁৰ আত্মাৰ সদগতি কামনা কৰিছো।😔😔
19/08/2026

আমাৰ এখন চিনাকি মুখ অনন্ত দা । তেওঁৰ আকস্মিক বিয়োগৰ খবৰটো শুনি দুখ অনুভৱ কৰিছো । তেওঁৰ আত্মাৰ সদগতি কামনা কৰিছো।😔😔

06/01/2026
জাননীআপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা ২ জুলাই তাৰিখে  ফৰকাটিং মহাবিদ্যালয়ৰ Information and Career Guidance Cell আৰ...
21/06/2025

জাননী
আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা ২ জুলাই তাৰিখে ফৰকাটিং মহাবিদ্যালয়ৰ Information and Career Guidance Cell আৰু AISECT Skills Mission ৰ যুটীয়া উদ্যোগত নিয়োগ মেলা ( Job Fair ) আয়োজন কৰা হ'ব। ইয়াত অসমৰ বিভিন্ন কোম্পানীয়ে অংশগ্ৰহণ কৰিব।প্ৰাৰ্থী সকলৰ নিয়োগ লাভৰ সহায়ক হোৱাকৈ অহা 25 জুন তাৰিখে দিনৰ 10 বজাত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মঞ্চয়ে" *How to face an Interview "* শীর্ষক ট্ৰেইনিং প্ৰগেম আয়োজন কৰিব লৈছে। আগ্ৰহী প্ৰাৰ্থী সকলে অহা 23 তাৰিখৰ ভিতৰত Google ফৰ্মত নিজৰ নাম, ঠিকনা, যোগাযোগৰ নম্বৰ প্ৰদান কৰিবলৈ জনোৱা হ'ল।
https://forms.gle/LtR7f51ZQdzWBWhMA

Address

Furkating
Golaghat
785610

Alerts

Be the first to know and let us send you an email when Furkating College students posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category