NKD Education

NKD Education Educational Page.

21/09/2022

Half yearly question paper ॥ Class X ॥ Golaghat॥

Send a message to learn more

21/09/2022

#হাগিং( Hugging )
( পুনৰ পঢ়ক। যদি হাঁহি ওলায়-- হাঁহক! আৰু ওচৰত থকা শুভাকাংক্ষীজনৰ সৈতে পৰস্পৰ হাগক। সুস্থ হাঁহি-আনন্দ প্ৰকৃততে জীৱনৰ মহৌষধ। )

#দৃশ্য ১ :

"বৰা!"
: আৰে শ‌ইকীয়াচোন!! ক'ৰ পৰা ? ইমান দিনৰ মূৰত! হাগক।
"হাগক মানে ?"
: মানে হাগ্(hug) কৰক হে!
"অ' আচ্ছা! ক‌ওকচোন পৰিয়াল কিমান কৰিলেগৈ ?"
: ল'ৰা ৬টা, ছোৱালী ৪জনী। আপোনাৰ ?
"মোৰ ল'ৰা ৪টা, ছোৱালী ৬জনী।
: বাঃ! সমান সমানচোন! তেন্তে আকৌ হাগ(hug)ক!

সমান সমান অৰ্থাৎ দহটা-দহটা সন্তান হোৱাৰ আনন্দত বৰা আৰু শ‌ইকীয়া‌ই পৰস্পৰ টানকৈ হাগিলে অৰ্থাৎ tight hug এটা কৰিলে।

#দৃশ্য ২ :

সপত্নীৰে শ‌ইকীয়াই পাৰ্টি এটা এটেণ্ড্ কৰিবলৈ গৈ আছে।

পত্নীৰে কথোপকথন :
"মিঃ বৰাই তোমাক দেখাৰ লগে লগে হাগিবলৈ(hug) দিব পাৰে; তুমি কিন্তু একদম নেহাগিবা!"
: ছিঃ! কি কৈছা ???
"মানে কালি যে লগ পাইছিলোঁ মিঃ বৰা-- তোমাক যে মই কৈছিলোঁ তেওঁক লগ পোৱাৰ কথা-- মানুহজনে পুৰণি বন্ধুবোৰক লগ পালে বৰ excited হৈ যায়। তোমাক ইমান বছৰৰ মূৰত লগ পাব। গতিকে তোমাক দেখাৰ লগে লগে তেওঁ তোমাৰ স'তে হাগিবলৈ(hug) বিচাৰিব, মানে তোমাক হাগ্(hug) কৰিবলৈ খুজিব। তুমি কিন্তু একদম নেহাগিবা।
কি হ'ল! মাত-বোল বন্ধ হৈ গ'ল যে তোমাৰ ?"
: সেইটো সময়ত দেখা যাব। আজিকালিচোন বহুত দিনৰ পাছত লগ পালে হাগেই(hug) তেনেকৈ!
"কি ????"

পঢ়াৰ লগতে অলপ হাঁহি ।

https://youtu.be/vLlops452jQ
03/03/2022

https://youtu.be/vLlops452jQ

Hello friends, মই এই ভিডিঅ'টোত নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ খণ্ডৰ ১ নং পাঠৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিছোঁ । যদি ভিডিঅ...

03/03/2022

নমস্কাৰ মই নিখিল কুমাৰ দাস । মোৰ এই পেজটোত বিভিন্ন শ্ৰেণীৰ কেৱল গণিত বিষয়টোক বাদ দি আন সকলো বিষয়ৰ সকলো পাঠৰ প্ৰশ্নোত্তৰবোৰ অসমীয়া ভাষাত আলোচনা কৰা হ'ব । লগতে শিক্ষাৰ লগত জড়িত অইন কিছুমান কথাও আলোচনা কৰা হ'ব ।
~ধন্যবাদ ॥

Address

Golaghat

Alerts

Be the first to know and let us send you an email when NKD Education posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category