নামভৰ্তি চলি আছে ।
KG1 শ্ৰেনীৰ নামভৰ্তি Free হ'ব ।
শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়
শিক্ষাৰ অবিহনে জীৱনৰ অৰ্থ বুজিপোৱা সম্ভৱ নহয় ।
16/03/2026
10/03/2026
আজি, ১০-০৩-২০২৬, মঙ্গলবাৰে আমাৰ শ্ৰীমন্ত শঙ্কৰদেৱ বিদ্যালয় চাউদাং পথাৰত *পণ্ডিত মহেন্দ্ৰ কন্দলী আৰু আই খেৰসূতী বৃত্তি পৰীক্ষা* অনুষ্ঠিত কৰা হয়।
25/09/2025
আমাৰ বিদ্যালয়ত স্থাপিতকালৰে পৰা শিক্ষকতা কৰি থকা সন্মানীয় শিক্ষক শ্ৰীযুত তৰুণ শইকীয়া চাৰৰ মাতৃৰ বিয়োগত তেখেতৰ পৰিয়ালৰ লগতে আমিও মৰ্মাহত হৈছোঁ । প্ৰয়াত মাতৃগৰাকীৰ আত্মাৰ সদগতি কামনা কৰিলোঁ ।
"সচাঁকৈ মৃত্যু এক চিৰন্তন সত্য"
Want your school to be the top-listed School/college in Golaghat?
Click here to claim your Sponsored Listing.
Click here to claim your Sponsored Listing.
Location
Category
Contact the school
Telephone
Website
Address
Tractor Aali, Merapani
Golaghat