শংকৰদেৱ শিশু নিকেতন, কাকডোঙা।

শংকৰদেৱ শিশু নিকেতন, কাকডোঙা।

Share

"শিশু শিক্ষা সমিতি অসম"ৰ অন্তৰ্গত শংকৰদেৱ শিশু নিকেতন, কাকডোঙা।
❤️❤️❤️❤️❤️❤️

01/03/2026

আমাৰ নিকেতনৰ বিশ্বলোচন বৰাৰ কণ্ঠত এটি জুবিন গাৰ্গৰ গীত...
সকলোৱে মৰম দিব...
"ৰূপালী জয়ন্তী" বৰ্ষৰ সামৰণি অনুষ্ঠানত...

19/02/2026

২০২৬/২৭ শিক্ষাবৰ্ষৰ বাবে আমি সাজু। আহক সকলোৱে এই শিক্ষানুষ্ঠানখনৰ লগত সহযোগ কৰো।

10/02/2026

সকলো পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জনালোঁ।

Photos from শংকৰদেৱ শিশু নিকেতন, কাকডোঙা।'s post 04/02/2026

আজি নিকেতনত "উৎকৰ্ষ মহোৎসৱ" 'নিকেতনৰ মান সু-নিশ্চিতকৰণৰ প্ৰয়াস' অনুষ্ঠানটি পালন কৰা হয়।
নিৰীক্ষণৰ দায়িত্বত থকা সকলোজন বিষয়ববীয়ালৈ নিকেতনৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ।

Photos from শংকৰদেৱ শিশু নিকেতন, কাকডোঙা।'s post 03/02/2026

যোৱা কালি নিকেতনৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে অভিনন্দন জ্ঞাপন কৰা হয়।
সকলোৱে আশীৰ্বাদ কৰিব যাতে সকলোৱে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয়।

Photos from 𝐃𝐢𝐩𝐚𝐤 𝐒𝐚𝐫𝐦𝐚's post 28/01/2026

❤️❤️

27/01/2026

"ৰূপালী জয়ন্তী" সামৰণী অনুষ্ঠানৰ প্ৰথম নিশাৰ নাটক প্ৰদৰ্শন।
নিকেতনৰ আচাৰ্য-আচাৰ্যাৰ দ্বাৰা "ডিমেনচিয়া" নাটক প্ৰদৰ্শন কৰা হয়।
নাট্যকাৰ: বিপ্লৱ জ্যোতি বৰা।
Part: 3

26/01/2026

সমূহ দেশবাসীক গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

23/01/2026

"ৰূপালী জয়ন্তী" সামৰণী অনুষ্ঠানৰ প্ৰথম নিশাৰ নাটক প্ৰদৰ্শন।
নিকেতনৰ আচাৰ্য-আচাৰ্যাৰ দ্বাৰা "ডিমেনচিয়া" নাটক প্ৰদৰ্শন কৰা হয়।
নাট্যকাৰ: বিপ্লৱ জ্যোতি বৰা।
Part: 2

23/01/2026

আজি সৰস্বতী পূজাৰ দিনা সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
দেৱী মাৰ আশীৰ্বাদ যাতে সকলোৱে লাভ কৰে, তাৰেই কামনা কৰিলোঁ।

20/01/2026

"ৰূপালী জয়ন্তী" সামৰণী অনুষ্ঠানৰ প্ৰথম নিশাৰ নাটক প্ৰদৰ্শন।
নিকেতনৰ আচাৰ্য-আচাৰ্যাৰ দ্বাৰা "ডিমেনচিয়া" নাটক প্ৰদৰ্শন কৰা হয়।
নাট্যকাৰ: বিপ্লৱ জ্যোতি বৰা।
Part: 1

19/01/2026

I got over 9,500 reactions on my posts last week! Thanks everyone for your support! 🎉

Want your school to be the top-listed School/college in Golaghat?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address


Golaghat