T.B.Moinapar Higher Secondary School

T.B.Moinapar Higher Secondary  School T.B. Moinapar Higher secondary school was established in 1955 and it is managed by Department.of Edn.

আজি ইংৰাজী ১৮/০৮/২৬ তাৰিখ মঙ্গলবাৰে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত তুলেশ্বৰী বৰুৱা মইনাপাৰ উচ্চতৰ মাধ্যমিক বিদ...
18/08/2026

আজি ইংৰাজী ১৮/০৮/২৬ তাৰিখ মঙ্গলবাৰে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত তুলেশ্বৰী বৰুৱা মইনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় অনুষ্ঠিত ড্ৰাগছ বিৰোধী সজাগতা সভাৰ উদ্ধোধন কৰে গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক শ্ৰীযুত মদন পেগু‌ মহোদয়ে । তেখেতে আমাৰ তুলেশ্বৰী বৰুৱা মইনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলঐছাত্ৰ -ছাত্ৰীৰ সৈতে সকলকৰ সৈতে মত বিনিময় কৰে। ১৪/০৮/২০২৬ গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়ে প্ৰথম বিদ্যালয় পৰিদৰ্শন কৰি, সৰ্বাধিক সময় ছাত্ৰ -ছাত্ৰী সকলৰ মাজত সময় ছাত্ৰ -ছাত্ৰী সকলৰ মাজত সময় অতিবাহিত কৰে।

Address

Golaghat

Opening Hours

9am - 3:25am

Telephone

+919101556614

Website

Alerts

Be the first to know and let us send you an email when T.B.Moinapar Higher Secondary School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to T.B.Moinapar Higher Secondary School:

Shortcuts

Share

Category