AB Competitive WORLD

AB Competitive WORLD Based Assam Competitive Examination.

APSC CCE (MAIN) exam 2022 cut off prediction.
21/07/2023

APSC CCE (MAIN) exam 2022 cut off prediction.

অসমৰ ইতিহাস সম্পৰ্কীয় প্ৰশ্নোত্তৰ শিতান ৫
21/07/2022

অসমৰ ইতিহাস সম্পৰ্কীয় প্ৰশ্নোত্তৰ শিতান ৫

...

অসমৰ ইতিহাস সম্পৰ্কীয় প্ৰশ্নোত্তৰ শিতান ৪
15/07/2022

অসমৰ ইতিহাস সম্পৰ্কীয় প্ৰশ্নোত্তৰ শিতান ৪

...

অসমৰ ইতিহাস সম্পৰ্কীয় প্ৰশ্নোত্তৰ শিতান ৩
11/07/2022

অসমৰ ইতিহাস সম্পৰ্কীয় প্ৰশ্নোত্তৰ শিতান ৩

...

ভাৰতৰ ইতিহাস সম্পৰ্কীয় প্ৰশ্নোত্তৰ শিতান ২
10/07/2022

ভাৰতৰ ইতিহাস সম্পৰ্কীয় প্ৰশ্নোত্তৰ শিতান ২

...

অসমৰ ইতিহাস সম্পৰ্কীয় প্ৰশ্নোত্তৰ শিতান ২
10/07/2022

অসমৰ ইতিহাস সম্পৰ্কীয় প্ৰশ্নোত্তৰ শিতান ২

Assamese Cartoon

অসমৰ ইতিহাস সম্পৰ্কীয় প্ৰশ্নোত্তৰ শিতান ১
09/07/2022

অসমৰ ইতিহাস সম্পৰ্কীয় প্ৰশ্নোত্তৰ শিতান ১

15/07/2021
15/07/2021

প্ৰেছ বিজ্ঞপ্তি নং : ১২৩ জনসংযোগ, গোলাঘাট

*গোলাঘাট জিলাত ক'ভিড সম্পৰ্কীয় নতুন নিৰ্দেশনা*

*গেলামালৰ দোকান, ফল-মূল আৰু শাক-পাচলিৰ দোকান, পশু খাদ্য, হাঁহ-কুকুৰাৰ খাদ্য আৰু সাৰৰ দোকান দিনৰ ১ বজালৈকে খোলা ৰাখিব পাৰিব*

*২৪ঘণ্টাই থাকিব সান্ধ্য আইন*

গোলাঘাট জিলাত ক'ভিড 19ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে কেতবোৰ নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে । সেই অনুসৰি জিলাখনত পূৰ্বৰ দৰেই ২৪ ঘণ্টাই সান্ধ্য আইন অব্যাহত থাকিব । গেলামালৰ দোকান, ফল-মূল আৰু শাক-পাচলিৰ দোকান, পশু খাদ্য, হাঁহ-কুকুৰাৰ খাদ্য আৰু সাৰৰ দোকান দিনৰ ১ বজালৈকে খোলা ৰাখিব পাৰিব । সকলো ধৰ্মীয় অনুষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়/প্ৰতিষ্ঠান, ৰেষ্টুৰেণ্ট, ধাবা আৰু খাদ্য বিপনী, বিক্ৰী কেন্দ্ৰ, শ্ব' ৰুম, মল আদি বন্ধ থাকিব । শীতল ভঁৰালসমূহ কেৱল মেৰামতিৰ কামত দিনৰ ১ বজালৈকে খোলা ৰাখিব পাৰিব । ই-কমাৰ্চৰ গুদামসমূহ দিনৰ ৩বজালৈকে খুলিব পাৰিব । গেলামালৰ পাইকাৰী দোকান আৰু গুদামসমূহ দিনৰ ২বজালৈকে খুলিব পাৰিব । ফাৰ্মাচী আৰু গাখীৰ বিক্ৰী কেন্দ্ৰসমূহ ২৪ ঘণ্টাই খোলা ৰাখিব পাৰিব । এই নিৰ্দেশ ১৬ জুলাই পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হ'ব । জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাই জাৰি কৰা নিৰ্দেশনাটোত কোৱা হৈছে যে এইসমূহৰ বাহিৰে অন্য নিৰ্দেশনাসমূহ যোৱা ৬জুলাইৰ নিৰ্দেশনামতেই বাহাল থাকিব । *এই সময়ছোৱাত পেট্ৰল পাম্প, গেছ এজেঞ্চি, বেংক, চাহ বাগিচা আৰু অন্য জৰুৰী সেৱাসমূহ পূৰ্বৰ দৰে খোলা থাকিব ।* পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে এই নিৰ্দেশনা বাহাল থাকিব ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

গোলাঘাটত আজি নতুনকৈ ৬১ জনৰ দেহত  ক'ভিডৰ সংক্ৰমণ। সক্ৰিয় ৰোগীৰ সংখ্যা ২০৫ জনলৈ বৃদ্ধি।
22/04/2021

গোলাঘাটত আজি নতুনকৈ ৬১ জনৰ দেহত ক'ভিডৰ সংক্ৰমণ।
সক্ৰিয় ৰোগীৰ সংখ্যা ২০৫ জনলৈ বৃদ্ধি।

22/04/2021

পঞ্চভূতত বিলীন জনপ্ৰিয় কণ্ঠশিল্পী ভিটালী দাস।
🙏🙏🙏

22/04/2021

Recent samples from Dibrugarh Airport are positive for B.1.617 strain or the Indian double mutant (L452R and E484Q) strain of SARS-Cov-2.
We need to be very very careful


Updated By Dr. Himanta Biswa Sarmah

Address

Golaghat
785603

Website

Alerts

Be the first to know and let us send you an email when AB Competitive WORLD posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to AB Competitive WORLD:

Shortcuts

Share

Category