Nayanmoni Nrityanjali Kalakandra

Nayanmoni Nrityanjali Kalakandra

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Nayanmoni Nrityanjali Kalakandra, Dance School, Golaghat.

28/07/2026
Photos from Nayanmoni Nrityanjali Kalakandra's post 28/07/2026

সকলোকে জনাবলৈ আনন্দিত অনুভৱ কৰিছোঁ যে,
৮৮ সংখ্যক CRPF Raising Day Celebration উপলক্ষে HQ 142 BN CRPF, Jonaki Nagar, Golaghat-ত আয়োজিত সাংস্কৃতিক অনুষ্ঠানত আমাৰ নয়নমণি নৃত্যাঞ্জলি কলা কেন্দ্ৰৰ ছাত্ৰীসকলে নৃত্য পৰিৱেশন কৰাৰ সৌভাগ্য লাভ কৰে।
এই অনুষ্ঠানত আমাৰ ছাত্ৰীসকলৰ অংশগ্ৰহণ আৰু নৃত্য পৰিৱেশনৰ স্বীকৃতি স্বৰূপ Certificate of Appreciation প্ৰদান কৰাৰ বাবে ১৪২ বেটেলিয়ন চি.আৰ.পি.এফ., গোলাঘাটৰ মাননীয় কমাণ্ডেণ্ট মহোদয় তথা সমগ্ৰ আয়োজক সমিতিলৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ।
আপোনালোকৰ এই সন্মান আৰু উৎসাহে আমাৰ কলা চৰ্চাক অধিক অনুপ্ৰাণিত কৰিব। ভৱিষ্যতেও এনে মৰম, সহযোগিতা আৰু আশীৰ্বাদ অব্যাহত থাকিব বুলি আশা ৰাখিলোঁ।
ধন্যবাদ।
নয়নমণি নৃত্যাঞ্জলি কলা কেন্দ্ৰ 🌺

14/07/2026

Class time

25/06/2026

Class time 🫰❤️

24/06/2026

SARBABHARATIYA SANGEET -O- SANSKRITI PARISHAD ৰ অধিনত Fine Art ৰ বাৰ্ষিক পৰীক্ষাত "নয়নমনি নৃত্যাঞ্জলী কলা কেন্দ্ৰৰ" ছাত্ৰী "প্ৰত্যুষা বৰায়ে" 1st division , Distinction সহ সুখ্যাতিৰে উৰ্ত্তীণ হয় । ছাত্ৰী প্ৰত্যুষা উজ্জ্বল ভৱিষ্যত কামনাৰে হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছো।।

24/06/2026

SARBABHARATIYA SANGEET -O- SANSKRITI PARISHAD ৰ অধিনত Fine Art ৰ বাৰ্ষিক পৰীক্ষাত "নয়নমনি নৃত্যাঞ্জলী কলা কেন্দ্ৰৰ" ছাত্ৰী "মনালিছা কুজুৰয়ে" 1st division , Distinction সহ সুখ্যাতিৰে উৰ্ত্তীণ হয় । ছাত্ৰী মনালিছা ৰ উজ্জ্বল ভৱিষ্যত কামনাৰে হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছো।।

24/06/2026

SARBABHARATIYA SANGEET -O- SANSKRITI PARISHAD ৰ অধিনত Fine Art ৰ বাৰ্ষিক পৰীক্ষাত "নয়নমনি নৃত্যাঞ্জলী কলা কেন্দ্ৰৰ" ছাত্ৰী "অধ্যয়না বৰায়ে" 1st division , Distinction সহ সুখ্যাতিৰে উৰ্ত্তীণ হয় । ছাত্ৰী অধ্যয়না ৰ উজ্জ্বল ভৱিষ্যত কামনাৰে হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছো।।

Want your school to be the top-listed School/college in Golaghat?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Golaghat
785 621 (GOLAGHAT CENTRAL) – HEAD POST OFFICE (HPO), * 785 702 (BENGENAKHOWA C