Borjan and Chakiting Cluster Resource Centre

Borjan and Chakiting Cluster Resource Centre বৰজান আৰু চকিটিং মণ্ডল সমল কেন্দ্ৰ

কানুগাঁও প্ৰাথমিক বিদ্যালয়ত বিহুৰ আখৰা
09/04/2022

কানুগাঁও প্ৰাথমিক বিদ্যালয়ত বিহুৰ আখৰা

আজি দক্ষিণ হেঙেৰা বাগিছা মধ্য ইংৰাজী বিদ্যালয়ত SARAL app ৰ জৰিয়তে periodic assessment Test ৰ এটা pilot project  SAMAGRA ...
08/04/2022

আজি দক্ষিণ হেঙেৰা বাগিছা মধ্য ইংৰাজী বিদ্যালয়ত SARAL app ৰ জৰিয়তে periodic assessment Test ৰ এটা pilot project SAMAGRA SIKSHA ৰ ফালৰ পৰা অনুষ্ঠিত হয় । এই পৰীক্ষাৰ সফলতাৰ বাবে সকলোকে কৃতজ্ঞতা জনালো।

বৰজান আৰু চকিটিং মণ্ডল সমল কেন্দ্ৰৰ 2022বৰ্ষৰ বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰশিক্ষণ ও অন্তৰংগ আলাপ ৰ কিছু মুহূৰ্তৰ স্থিৰ চি...
05/04/2022

বৰজান আৰু চকিটিং মণ্ডল সমল কেন্দ্ৰৰ 2022বৰ্ষৰ বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰশিক্ষণ ও অন্তৰংগ আলাপ ৰ কিছু মুহূৰ্তৰ স্থিৰ চিত্ৰ ।

চকিটিং মণ্ডল সমল কেন্দ্ৰৰ বিদ্যালয় পৰিচালনা সমিতিৰ  তিনি দিনীয়া অনাৱাসিক প্ৰশিক্ষণ ৰ আজি প্ৰথম দিন। সদ্য অৱসৰ প্ৰাপ্ত 1ন...
26/03/2022

চকিটিং মণ্ডল সমল কেন্দ্ৰৰ বিদ্যালয় পৰিচালনা সমিতিৰ তিনি দিনীয়া অনাৱাসিক প্ৰশিক্ষণ ৰ আজি প্ৰথম দিন।
সদ্য অৱসৰ প্ৰাপ্ত 1নং দুলাখৰীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মিনাৰাম দুৱৰা ছাৰে ও মোৰ নিমন্ত্ৰণ ৰক্ষা কৰি প্ৰশিক্ষণ ত সহযোগিতা কৰাৰ বাবে ছাৰ লৈ ধন্যবাদ জনালো ।

বৰজান মণ্ডল সমল কেন্দ্ৰৰ বিদ্যালয় সমূহৰ বিদ্যালয় পৰিচালনা সমিতিৰ তিনিদিনীয়া অনাৱাসিক প্ৰশিক্ষণ ৰ আজি প্ৰথম দিন ।
23/03/2022

বৰজান মণ্ডল সমল কেন্দ্ৰৰ বিদ্যালয় সমূহৰ বিদ্যালয় পৰিচালনা সমিতিৰ তিনিদিনীয়া
অনাৱাসিক প্ৰশিক্ষণ ৰ আজি প্ৰথম দিন ।

সকলোকে আদৰণি জনালো আৰু লগতে সকলোৰে সহায় সহযোগিতা কামনা কৰিলো ।
22/03/2022

সকলোকে আদৰণি জনালো আৰু লগতে সকলোৰে সহায় সহযোগিতা কামনা কৰিলো ।

আজি কপহুৱাটিং উচ্চ মাধ্যমিক বিদ্যালয়ত প্রধান শিক্ষক আৰু মণ্ডলৰ উদ্যোগত চকিটিং আৰু কপহুৱাটিং অঞ্চলৰ বিদ্যালয় সমূহৰ প্ৰধান...
09/03/2022

আজি কপহুৱাটিং উচ্চ মাধ্যমিক বিদ্যালয়ত প্রধান শিক্ষক আৰু মণ্ডলৰ উদ্যোগত চকিটিং আৰু কপহুৱাটিং অঞ্চলৰ বিদ্যালয় সমূহৰ প্ৰধান শিক্ষক সকলৰ সৈতে এখনি অনানুষ্ঠানিক আলোচনা অনুষ্ঠিত হয় এই আলোচনাত অনাগত দিনত অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে কিছু পৰিকল্পনা হাতত লোৱা হয় ।এই আলোচনা ত বিদ্যালয় সমূহৰ পৰিদৰ্শক মহোদয়ৰ লগতে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মহোদয় আৰু সেই অঞ্চলৰ গাওঁবুঢ়া ৰ লগতে অঞ্চলটোৰ বিদ্যালয় সমূহৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত আছিল ।

বৰজান আৰু চকিটিং মণ্ডল সমল কেন্দ্রৰ বিদ্যালয়সমূহত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপনৰ কিছু স্থিৰ চিত্ৰ (২৮/০২/২০২২)
07/03/2022

বৰজান আৰু চকিটিং মণ্ডল সমল কেন্দ্রৰ বিদ্যালয়সমূহত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপনৰ কিছু স্থিৰ চিত্ৰ (২৮/০২/২০২২)

বৰজান দক্ষিণ হেঙেৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰচাৰ অভিযান ত আজি।
04/03/2022

বৰজান দক্ষিণ হেঙেৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰচাৰ অভিযান ত আজি।

Address

Golaghat
785621

Telephone

+919957068989

Website

Alerts

Be the first to know and let us send you an email when Borjan and Chakiting Cluster Resource Centre posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Borjan and Chakiting Cluster Resource Centre:

Shortcuts

Share

Category