Dhekial Model L.P School

Dhekial Model L.P School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dhekial Model L.P School, School, Dhekial, Golaghat.

গোলাঘাট কেন্দ্ৰীয় শিক্ষাখণ্ড ভিত্তিক শিক্ষণ শিকন সামগ্ৰী প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাত ঢেকিয়াল আদৰ্শ নিম্ন বুনিয়াদী বিদ্...
21/11/2025

গোলাঘাট কেন্দ্ৰীয় শিক্ষাখণ্ড ভিত্তিক শিক্ষণ শিকন সামগ্ৰী প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাত ঢেকিয়াল আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ে বুনিয়াদী সাংখ্যিকতা বিষয়ত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।

27/10/2024

নৃত্যাংশ...

27/10/2024
বিদ্যালয়ৰ দ্বি -বাৰ্ষিক শৈক্ষিক বঁটা বিতৰণী অনুষ্ঠানৰ কিছু মূহুৰ্ত --২০২৪ বৰ্ষ
27/10/2024

বিদ্যালয়ৰ দ্বি -বাৰ্ষিক শৈক্ষিক বঁটা বিতৰণী অনুষ্ঠানৰ কিছু মূহুৰ্ত --২০২৪ বৰ্ষ

২০২৩ বৰ্ষৰ গুণোৎসৱৰ বহিঃ মূল্যায়ন আজি সুকলমে আমাৰ বিদ্যালয়ত অনুষ্ঠিত হৈ যায় । বহিঃ মূল্যায়ক হিচাপে উপস্থিত থাকে কমাৰ...
03/02/2023

২০২৩ বৰ্ষৰ গুণোৎসৱৰ বহিঃ মূল্যায়ন আজি সুকলমে আমাৰ বিদ্যালয়ত অনুষ্ঠিত হৈ যায় । বহিঃ মূল্যায়ক হিচাপে উপস্থিত থাকে কমাৰবন্ধা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড° মালাজ্যোতি গগৈ আৰু ডি কে ডি কলেজৰ সহকাৰী অধ্যাপিকা ড° প্ৰীতি গগৈ মহোদয়া । দুয়োগৰাকীলৈ অশেষ ধন্যবাদ । তেখেতসকলৰ দ্বাৰাই বিদ্যালয়ৰ হাতে লিখা আলোচনী 'কোমল কুঁহি' (৩ য় প্ৰকাশ) উন্মোচন কৰা হয় । আমাৰ মৰমৰ ছাত্ৰ -ছাত্ৰীসকল,বিদ্যালয় পৰিচালনা সমিতি,মাতৃগোট,অভিভাৱক-অভিভাৱিকাসকল,শিক্ষক-শিক্ষয়িত্ৰীসকল,ৰান্ধনীসকল, CRCC মহোদয়া তথা বিভিন্ন বিদ্যালয়ৰ পৰা অহা সহায়কাৰী শিক্ষক-শিক্ষয়িত্ৰীসকল সকলোৰে সহায়-সহযোগিতাৰ মাজেৰে আজিৰ দিনটোৰ সমূহ কাৰ্যসূচী সুন্দৰকৈ সমাপ্ত হয়।

Address

Dhekial
Golaghat
785622

Website

Alerts

Be the first to know and let us send you an email when Dhekial Model L.P School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category