"𝗡𝗢𝗧 𝗦𝗘𝗟𝗘𝗖𝗧𝗘𝗗 𝗕𝗘𝗧𝗧𝗘𝗥 𝗟𝗨𝗖𝗞 𝗡𝗘𝗫𝗧 𝗧𝗜𝗠𝗘"এইটো মানে জীৱন শেষ নহয়!ইয়াৰ আচল অৰ্থটো হৈছে-হাৰ নামানিব!আপুনি অহাবাৰ পাব! চেষ্টা কৰি থাকিব!!!❤️💪
Knowledge Point
Hey guyz I am Bicky and this is our official page
"Best of luck to all the candidates awaiting for the ADRE Grade-III results! May your hard work and dedication bring you success "
👍👍👍
শুক্ৰবাৰে পুৱা ১০.৩০ বজাত ঘোষণা কৰা হ’ব ADREৰ তৃতীয় বৰ্গৰ ফলাফল ।
07/10/2025
SLPBR NOTICE আহি গ'ল 🎉 Assam police
Q:- ভাৰতৰ সংবিধানত ভোটাধিকাৰৰ বয়স সীমা কি?
a) ১৮ বছৰ
b) ২১ বছৰ
c) ১৬ বছৰ
d) ২০ বছৰ
06/10/2025
Q:-“Discovery of India” গ্ৰন্থখন কোনে লিখিছিল?
a) মহাত্মা গান্ধী
b) জৱাহৰলাল নেহৰু
c) বাল গংগাধৰ তিলক
d) সুভাষচন্দ্ৰ বসু
06/10/2025
Click here to claim your Sponsored Listing.
Location
Category
Contact the school
Website
Address
Golaghat