Department of Political Science

Department of Political Science Dept. of Pol. Science, Melamora College

 #শ্ৰদ্ধাঞ্জলি 😭
20/09/2025

#শ্ৰদ্ধাঞ্জলি 😭

২০২৫-২৬ বৰ্ষত প্ৰথম বিভাগ লাভ কৰা ৰাজনীতি বিজ্ঞান বিভাগৰ সন্মানীয় ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে
14/09/2025

২০২৫-২৬ বৰ্ষত প্ৰথম বিভাগ লাভ কৰা ৰাজনীতি বিজ্ঞান বিভাগৰ সন্মানীয় ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে

Panel Discussion On the occasion of the Birth Centenary of Bharat Ratna Dr. Bhupen Hazarika, at Melamora College,
08/09/2025

Panel Discussion On the occasion of the Birth Centenary of Bharat Ratna Dr. Bhupen Hazarika, at Melamora College,

Panchayat Raj
30/08/2025

Panchayat Raj

Farewell -2025, Melamora College
28/04/2025

Farewell -2025, Melamora College

২০২৫ বৰ্ষৰ ৰাজনীতি বিজ্ঞান বিভাগৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে
28/04/2025

২০২৫ বৰ্ষৰ ৰাজনীতি বিজ্ঞান বিভাগৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে

06/09/2024
26/07/2024

ৰাভা দিৱসত খণ্ড উন্নয়ন বিষয়াই কোৱা কথাখিনি ভাল লাগিল।লগতে জিলা আয়ুক্তই উক্ত দিনটোত আমাক বিশিষ্ট বক্তা হিচাপে নিমন্ত্ৰণ জনোৱা বাবে আন্তৰিক ধন্যবাদ জনালোঁ।

ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে মেলামৰা মহাবিদ্যালয়ৰ ষষ্ঠ সান্মাষিক চূড়ান্ত বৰ্ষৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ মহা...
23/05/2023

ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে মেলামৰা মহাবিদ্যালয়ৰ ষষ্ঠ সান্মাষিক চূড়ান্ত বৰ্ষৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ মহাবিদ্যালয়ৰ শিক্ষা জীৱনৰ অন্তিমটো দিনত আন্তৰিক শুভেচ্ছা জনালো।অনাগত দিনত তোমালোক একো একোজন দায়িত্বশীল ব্যক্তি হিচাপে, সুনাগৰিক হিচাপে অঞ্চলটোৰ প্ৰতি,দেশখনৰ প্ৰতি দায়িত্ব সূচাৰুৰূপে পালন কৰি যাবা বুলি আশা কৰিলো।তোমালোকৰ সপোনবোৰ পূৰণ হওঁক। আমাৰ শুভকামনা সদায় তোমালোকৰ লগত আছে আৰু ভৱিষ্যতেও থাকিব।

Departmental Farewell-2023
12/05/2023

Departmental Farewell-2023

Address

Melamora College
Golaghat
785702

Website

Alerts

Be the first to know and let us send you an email when Department of Political Science posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Department of Political Science:

Shortcuts

Share

Category