Smartschool -Bokakhat

Smartschool -Bokakhat Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Smartschool -Bokakhat, Education, BOKAKHAT DIST GOLAGHAT, Golaghat.

04/07/2022
02/07/2022
মই smart school education ৰ councilling department ৰ হয় ।   মই smart school education ৰ study n learn package ৰ বিষয়ে জ...
02/07/2022

মই smart school education ৰ councilling department ৰ হয় । মই smart school education ৰ study n learn package ৰ বিষয়ে জনাব বিচাৰিছোঁ ।
আজিৰ সমাজত দেখিবলৈ পোৱা যায় লৰা ছোৱালীৰ পঢ়াক লৈ মাক দেউতাক বহুত চিন্তাত পৰে, ইয়াৰ ৰ কাৰণ হল TV, Mobile আদিৰ disturbance। কিন্তু আমি এটা কথা চিন্তা নকৰোঁ যে এটা লৰাক এখন প্লেটত যদি লাওৰ ছৱজী আৰু আন এখন প্লেটত Pizza দিয়া যায় তেনে সি কোনটো খাব ??????

১০০% পিজ্জাই খাব নহয়নে??

আজিৰ education ব্যৱস্থাও লাওৰ ছৱজি ৰ দৰেই আৰু cinema,game আদি পিজ্জাৰ দৰে, যাৰ বাবে লৰা ছোৱালী চিনেমা, game আদিত interest দিয়ে । লৰা ছোৱালীৰ শিক্ষা ব্যৱস্থাও যদি পিজ্জৰ দৰে আকৰ্ষণীয় কৰা হয় তেতিয়া কনেকুৱা হব বাৰু🙄???

Smart school ৰ Study n learn package য়েও এনেকুৱাই কৰে, যাতে লৰা ছোৱালীৰ পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়ে ।

Study n learn ৰ এনেকুৱা এক education expert ৰ team আছে যি প্ৰত্যেকটো পাঠ এখন চিনেমা বা game ৰ দৰে বনাই যাতে লৰা ছোৱালীৰ শিক্ষাটোও entertainment হয় ।।।

যদি আমি লৰা ছোৱালীৰ প্ৰতি interest বঢ়াব পাৰো তেতিয়া যিকোনো বিষয় ধ্যান দি পঢ়িব আৰু যদি ধ্যান দি পঢ়ে তেতিয়া মনত থাকিব আৰু concept clear হব আৰু লগতে result ও ভাল হব ।।
Visual Learning অৰ্থাৎ দৃশ্যমান শিক্ষাই অতি কম সময়ত লৰা ছোৱালীক chapter clear হোৱাত সহায় কৰাৰ লগতে লৰা ছোৱালীয়ে টিউচনৰ পৰাও মুক্তি পায়....

অধিক জানিবৰ বাবে বা counciling ৰ বাবে আপুনি যোগাযোগ কৰিব পাৰে যত আমাৰ counciling child awarness programme ৰ বাবে এতিয়া একেবাৰেই FREE

Contact number=
7002414240...

Whtsp = 6002414240

My Page= Smart school Bokakhat

01/07/2022

আজিৰ শিক্ষা ব্যৱস্থা বহুত প্ৰতিযগিতাৰ ফালে আগুৱাই গৈছে ,যত ৬০-৭০% Mark's লৰা ছোৱালীয়ে পোৱাটো common দেখিবলৈ পোৱা যায় । য়াৰ ফলত college পৰ্য্যায়ত addmision ৰ ক্ষেত্ৰত বহুতো প্ৰতিযগিতাৰ সন্মুখীন হব লগা হয় । অৰ্থাৎ theoretical শিক্ষাতকৈ degital বা ভিজুৱেল শিক্ষা বহুত গুৰুত্বপূৰ্ণ হৈছে। ভিজুৱেল শিক্ষাই লৰা ছোৱালীক আত্মবিশ্বাস গঢ় দিয়ে। ফলত exam ৰ ক্ষেত্ৰত বহুত সহায় হয়।
এনেকুৱা এট ভিজুৱেল শিক্ষা ব্যৱস্থা হল Smart School Education.... যত লৰা ছোৱালীক প্ৰত্যেকতো পাঠ চিনেমাৰ দৰে বুজায় যত লৰা ছোৱালীয়ে life time ৰ বাবে তাক আয়ত্ব কৰি লব পাৰে ।লগতে প্ৰত্যেকতো পাঠৰ উপৰত পৰীক্ষা পাতি লৰা ছোৱালীক আত্মবিশ্বাস বঢ়াই ।।।

01/07/2022
01/07/2022
01/07/2022

Address

BOKAKHAT DIST GOLAGHAT
Golaghat
785612

Alerts

Be the first to know and let us send you an email when Smartschool -Bokakhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category