13/04/2026
বহাগৰ আদৰণি...
Ponka Rupram Hazarika Higher Secondary School
13/04/2026
বহাগৰ আদৰণি...
11/04/2026
10/04/2026
আপোনালোকক জনাব বিচাৰোঁ যে, পংকা ৰূপৰাম হাজৰিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ১৫৩ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।এই ১৫৩ জন ছাত্র ছাত্ৰী পৰীক্ষাত উৰ্ত্তীণ হোৱাটো আমাৰ বাবে এক প্ৰত্যাহবান আছিল।
কিন্তু, সকলো শিক্ষক - শিক্ষয়িত্ৰীৰ অপাৰ কষ্ট, সাহস আৰু ছাত্র ছাত্ৰীসকলৰ প্ৰচেষ্টাৰ বাবেই আজি ১৩৪ জন পৰীক্ষাৰ্থী উৰ্ত্তীণ হ'বলৈ সক্ষম হ'ল। মুঠ উত্তীর্ণ হাৰ ৮৭.৭৫%।
(পংকা ৰূপৰাম হাজৰিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্রৰ উত্তীর্ণ হাৰ ৯১℅।)
শেষত, সকলো শিক্ষক- শিক্ষয়িত্ৰী,অভিভাবক, ছাত্র ছাত্ৰী তথা বিদ্যালয়ৰ শুভাকাঙ্ক্ষী লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
01/04/2026
বিদ্যাৰম্ভ ২০২৬-২৭ বৰ্ষ
27/02/2026
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰিসমাপ্তি..
10/02/2026
বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্রৰ প্ৰাৰম্ভিক পৰিবেশ....
অভিভাবকৰ আশা...
23/01/2026
বিদায়সভা...
দশম শ্রেণী আৰু দ্বাদশ শ্রেণীৰ ছাত্র ছাত্ৰী সকলৰ...
23/01/2026
শ্ৰী শ্ৰী সৰস্বতৈ: নম: