02/04/2025
চফেলা বাগান প্ৰাথমিক বিদ্যালয় Sophela Bagan LP School
Sophela Bagan LP School.Under East block Golaghat
02/04/2025
27/03/2025
গুনোৎসৱৰ ফলাফলত দ্বিতীয় বাৰৰ বাবে A+Grade পাবলৈ সক্ষম হ'লো
22/01/2025
সফল পৰিসমাপ্তি গুণোৎসৱ ২০২৫ বৰ্ষৰ।এই যাত্ৰাত জড়িত হৈ আমাক বিশেষ ভাৱে সহায় কৰা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰাণাদা প্ৰমুখ্যে ৰমেশদা,পাত্ৰাশদা,আচামুদা, আৰু সকলো অভিভাৱকক অশেষ ধন্যবাদ। বিশেষকৈ ধন্যবাদ জনাইছোঁ নিৰীক্ষক হিচাপে আমাক সহায় কৰা লুকুমনি বাইদেউক,L.O.জিতুল চাৰ,crccদুৱৰা চাৰ, লোকজ্যোতি চাৰ অঙ্গনবাদী বাইদেউ, বিদ্যালয়ৰ সহকাৰী শিক্ষকক। পুৱা ৫বজাতেই ফোন কৰি মোক জগাই দিয়াৰ বাবে মিলি বাইদেউৰ কথা সদায় মনত ৰ'ব।শেষত আঁহো বহিঃমূল্যায়ক হিচাপে আমাৰ ল বিদ্যালয়ত উপস্থিত হোৱা দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰবক্তা ড° পৱন চেত্ৰী চাৰক। তেখেতৰ উৎসাহ অনুপ্ৰেৰণাবোৰে অনাগত দিনত আৰু কষ্ট কৰিবলৈ সাহস যোগাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল সদায় প্ৰিয়। তেওঁলোকৰ ভবিষ্যত উজ্জ্বল হওক।জয়তু চফেলা বাগান প্ৰাথমিক বিদ্যালয় Sophela Bagan LP School 🙏🙏❤️❤️
08/01/2025
যোৱা ইংৰাজী 4অক্টোবৰ 2024 তাৰিখে সুন্দৰপুৰৰ নিবাসী বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী সুখনাথ উৰাং আৰু বিদ্যালয়ৰ সহকাৰী শিক্ষক মানস প্ৰতিম বৰাই জিলা দিৱস উপলক্ষে বিদ্যালয়লৈগ্ৰন্থ দান কৰে।
08/01/2025
দৈগ্ৰোং মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সন্মানীয় গোতম দুৱৰা মহোদয়ে আজি চফেলা বিদ্যালয়ত উপস্থিত হৈ আগন্তুক গুণোৎসৱৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে বিদ্যালয় পৰিচালনা সমিতি আৰু ছাত্ৰ ছাত্ৰীৰ লগত মত বিনিময় কৰে আৰু লগতে বিদ্যালয়ৰ উন্নয়নৰ বাবে এক বৰঙণিও আগবঢ়ায়
21/12/2024
গুণোৎসৱ মাহৰ সংকল্প গ্ৰহণ আৰু সাধাৰণ সভা। ২০/১২/২০২৪
21/12/2024
21/12/2024
T L.M. প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি সন্মানীয় খণ্ড প্ৰাথমিক বিষয়াৰ পৰা মানপত্ৰ গ্ৰহণ কৰা সময়ত
17/10/2024
Thank you Bipul Lakra , Amrita Lakra, and Bishal Ekka for your greatness and exemplary work
16/08/2024
15/08/2024
78th independence day 2024
Click here to claim your Sponsored Listing.
Location
Category
Contact the school
Telephone
Website
Address
Vill-Mahera Sophela Bagan . P. O./Letekujan
Golaghat
785613
Opening Hours
| Monday | 9am - 3:25pm |
| Tuesday | 9am - 4:25pm |
| Wednesday | 9am - 3:25pm |
| Thursday | 9am - 3:30pm |
| Friday | 9am - 3pm |
| Saturday | 9am - 1pm |