masum

masum Computer Practical

Bol boom
04/08/2025

Bol boom

Memorable
04/08/2025

Memorable

Kene
03/08/2025

Kene

Snap
03/08/2025

Snap


02/08/2025

#এটা_সৰু_ভুল #এটা_পৰিয়ালৰ_সমাপ্ত

ৰাতি প্রায় ১ বাজিছিল। মধ্যবিত্তীয় পৰিয়াল এটা সামাজিক অনুষ্ঠানৰ অন্তত ঘৰলৈ উভতি আহিল। সকলোৰে দৰে তেওঁলোকো ভাগৰুৱা হৈ পৰিছিল, অলপ জিৰণি লোৱাৰ বাবে অপেক্ষা কৰি আছিল।
ঘৰত প্ৰৱেশ কৰাৰ লগে লগে পত্নীৰ প্ৰথম কথা আছিল,
— “আপুনি এটা অদ্ভুত গোন্ধ পাইছা নেকি? ই গেছৰ দৰে...”
গিৰিয়েকে মূৰ জোকাৰি ক’লে, “হয়, পাকঘৰত গেছ লিক হৈছে নেকি।”
তাই দৌৰি পাকঘৰলৈ গ'ল আৰু, অতি স্বাভাৱিকতে, অৱচেতনভাৱে, লাইটটো জ্বলাই দিলে...
নিমিষতে সকলো শেষ হৈ গ’ল।

এটা প্ৰচণ্ড শব্দই সমগ্ৰ অঞ্চলটো কঁপাই তুলিলে। বিস্ফোৰণৰ শব্দ ইমানেই তীব্ৰ আছিল যে ২০০ মিটাৰ দূৰৈৰ বাসিন্দাসকলেও খিৰিকীৰ কাঁচ কঁপি থকা দেখিছিল।
ভাঙি পৰিল ঘৰৰ বেৰ।
গোটেই ঘৰটো জুইৰ শিখাই আগুৰি ধৰিলে।
থিতাতে মৃত্যু হয় স্বামীৰ। কেইদিনমান জীৱন-মৃত্যুৰ সৈতে যুঁজি থকা পত্নীয়ে অৱশেষত ইহলীলা সম্বৰণ কৰে...

কিহৰ কাৰণে এই দুৰ্ঘটনা?
পাকঘৰৰ গেছ, আৰু সেই গেছটোৰ মাজত থকা সাধাৰণ চুইচ অন – যিয়ে এটা সৰু স্ফুলিংগ সৃষ্টি কৰিছিল, মৃত্যুৰ ফান্দত পৰিণত হৈছিল।

যদি আপুনি গেছৰ গোন্ধ পায়? তেনেহলে প্রথমে কি কৰিব।

১) কোনো বৈদ্যুতিক চুইচ, ফেন বা ফ্ৰীজ কেতিয়াও অন নকৰিব। কাৰণ ইয়াৰ ফলত ইলেক্ট্ৰনিক স্পাৰ্ক হ’ব পাৰে।

২) সকলো খিৰিকী আৰু দুৱাৰ খুলিব। যাতে গেছটো ওলাই যাব পাৰে।

৩) সম্ভৱ হ’লে মূল চুইচটো বন্ধ কৰি দিব।

৪/ সাৱধানে সকলোকে ঘৰৰ পৰা উলিয়াই আনিব লাগে।

পোষ্টটো শ্বেয়াৰ কৰিব আপোনাৰ এটা শ্বেয়াৰে কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰে..।

ধিক মানৱতাহীন কাণ্ড! গোলাঘাট জিলাৰ সৰুপথাৰ সম জিলাৰ অন্তৰ্গত গেলাবিলত হোৱা অমানৱীয়, পাশবিক কাণ্ডৰ তীব্ৰ ভাষাৰে গৰিহণা দ...
02/08/2025

ধিক মানৱতাহীন কাণ্ড! গোলাঘাট জিলাৰ সৰুপথাৰ সম জিলাৰ অন্তৰ্গত গেলাবিলত হোৱা অমানৱীয়, পাশবিক কাণ্ডৰ তীব্ৰ ভাষাৰে গৰিহণা দিছো।

01/08/2025
30/07/2025

চমিউল হকৰ আত্মাৰ চিৰ শান্তি কামনাৰে আৰু দোষীৰ উচিত শাস্তিৰ কামনাৰে।।।

Address

Gohpur
784168

Website

Alerts

Be the first to know and let us send you an email when masum posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category