20/07/2020
Jodi কৰোঁ একো সমস্যাৰ প্ৰভাৱ পৰা নাই, এনেকৈ শুই থকাই ভাল। ৰাওনামুখ বাঁহী। কাৰণ RAWNAMUKH Is VERY RICH PLACE, I KNOW HERE NNOBODY'S POOR. ALL ARE TOP CLASS PEOPLE ACCEPT ME.
এই কাৰণে ভাইৰাচৰ হাতংকিৎ অৱস্থাত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা , বা একো গাইড লাইন চৰকাৰৰ পালৰ পৰা দিয়া নাই। because people all are educated.
পিছত প্ৰথমতো বাৰিষাৰ প্ৰবাব, 👉চৰকাৰৰ পালৰ পৰা ৰিলিব প্রদান, এক ঘৰত 2kg কৈ, এইটো ও অকল মোটাউৰিৰ বাহিৰত থকা সকলৰ কাৰণেহে, 👉 মোটাউৰি ৰ ভিতৰত বাস কৰা লোক সকলৰ কাৰণে আদা কেজি বুচি, মানে টুগুৰি, কাৰণ ভিতৰত বাস কৰা লোক সকল চাউল নাখায়, তুগুৰি হে খাই। fantastic, really great job. That's the real humanity. I like it.
তেতিয়া আডা কেজি তুগুৰি 15 দিন খালোঁ,
আকৌ আহিল দুতীয় তো বাৰিষা পানীৰ মাত্ৰা কোৱেই বাঢ়িল, জেগাত চব ঘৰ বাৰী পানীত ডুবিল, এক সপ্তাৰ পিছত চৰকাৰে পতাইছে 50 ঘৰ, জন সংকীয়া মুঠ 250 জনৰ ও অধিক। চাউল দিছে মুঠ তিনি কুইণ্টল, মানে 300কেজি। এতিয়া আপনিুয়েই কওঁ ক এজনত কিমানকৈ পৰিল। ,?
এতিয়া আকৌ লাতে লাতে তৃতীয় বাৰ বাৰিষা আহি পালেহি, এতিয়া কি দিব হে,,, চৰকাৰ?
এনেকৈয়ে কৰিব বুলি আমি ভোট দিছিলোঁ নেকি? বাতৰি বতৰা বিলাকটো নহা হল ৰাওনামুখ ৰ সমস্যাবোৰ, ৰাওনামুখৰ মেপটো গহপুৰ সমষ্টিৰ পৰা বাহিৰ সলনেকি? ৰাম ৰাম, । এইকেইদিন চাম, যদি নহয়, আমি ৰাওনামুখ বাসি মৰিম মৰিমেই, মোটাউৰি খন বঙাই গহপূৰ সমষ্টি খন'কেই মৰাম, ।
মাননীয়, আমাৰ বিধায়ক, তেতিয়া আপুনিও কত থাকিবা? এতিয়ালৈ আপুনি চাৰি বছৰত , চাৰি দিনৰো কাম কৰি দিব নোৱাৰিলা আমাৰ কাৰণে, ধিক্কাৰ দিছো আপোনাক, । পেট ফুলী মৰিব আপুনি মনত ৰাখিব। ইমানেই কলো, ধন্যবাদ