Gohpur Quiz Forum

Gohpur Quiz Forum This Page is mainly for Quizing.Knowledge, information related to quiz can be shared in this page.

GJam4.0
24/11/2025

GJam4.0

11/11/2025
Please do attend the Quiz
04/11/2025

Please do attend the Quiz

21/10/2025

আমি গহপুৰ কুইজ ফ'ৰামে বিগত সময়ত কেইমাহমানৰ অন্তৰে অন্তৰে গহপুৰৰ বিভিন্ন স্থানত G-Jam নামেৰে কুইজ প্ৰতিযোগিতা এখন অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰ G-JAMৰ চতুৰ্থ সংস্কৰণটো অহা ২৩ নৱেম্বৰ তাৰিখে জুবিন গাৰ্গৰ বৰ্ণময় জীৱন আৰু সৃষ্টিৰাজীক বিষয় হিচাপে লৈ সদৌ অসম ভিত্তিত দুখন কুইজ প্ৰতিযোগিতা (এখন স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত আৰু এখন সকলো বয়সৰ লোকে ভাগ ল'ব পৰা মুকলি কুইজ) আয়োজন কৰাৰ বিষয়ে চিন্তা-চৰ্চা কৰিছোঁ। এই অনুষ্ঠানটোৰ জড়িয়তে জুবিন গাৰ্গৰ বিষয়ে অনেক নজনা কথা কুইজখনৰ মাজেৰে গহপুৰবাসীয়ে জনাৰ সুবিধা লাভ কৰিব।

আপোনালোকৰ দিহা পৰামৰ্শ সহায় সহযোগিতাৰ অবিহনে এই অনুষ্ঠানটো আমি সফল কৰিব নোৱাৰিম।
অনুগ্ৰহ কৰি, জুবিন গাৰ্গৰ বিশেষ G-JAM 4 বিষয়ে আপোনালোকৰ মতামত জনাওক।

১৫ নৱেম্বৰত গহপুৰৰ শ্বহীদ কনকলতা ভৱনত পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিত এখন মুকলি কুইজ প্ৰতিযোগিতা।     ...
11/11/2024

১৫ নৱেম্বৰত গহপুৰৰ শ্বহীদ কনকলতা ভৱনত পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিত এখন মুকলি কুইজ প্ৰতিযোগিতা।
লগতে আছে পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে এখনি লিখিত কুইজ প্ৰতিযোগিতা।
সকলো ৰাইজৰ সহায় সহযোগ কামনা কৰিলোঁ।

কিছু বিশেষ অসুবিধাৰ কাৰণে গহপুৰত হব লগা কুইজ খনৰ দিনটো ১৫ নৱেম্বৰ ২০২৪ লৈ পৰিবৰ্তন কৰা হৈছে.
09/10/2024

কিছু বিশেষ অসুবিধাৰ কাৰণে গহপুৰত হব লগা কুইজ খনৰ দিনটো ১৫ নৱেম্বৰ ২০২৪ লৈ পৰিবৰ্তন কৰা হৈছে.

Logo of Which Company?
09/09/2024

Logo of Which Company?

Quiz Alert for Undergraduate Students .Search in Google for more details ( RBI Quiz 2024). You can also register via the...
03/09/2024

Quiz Alert for Undergraduate Students .
Search in Google for more details ( RBI Quiz 2024). You can also register via the scan code given in the poster

Quiz News from HS to PG LevelLink for the registration has been posted in the comment
02/09/2024

Quiz News from HS to PG Level
Link for the registration has been posted in the comment

Address

Gohpur
784168

Website

Alerts

Be the first to know and let us send you an email when Gohpur Quiz Forum posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share