NSS UNIT Kalabari College

NSS UNIT Kalabari College Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from NSS UNIT Kalabari College, Educational consultant, Kalabari College, Gohpur.

Four of the NSS volunteers of Kalabari College NSS Unit participated in the training programme on "Sachhata Action Plan"...
06/02/2025

Four of the NSS volunteers of Kalabari College NSS Unit participated in the training programme on "Sachhata Action Plan", organised by NSS Cell, Madhabdev University, Narayanpur on 05th Feb., 2025

যোৱা ইংৰাজী 08 মাৰ্চ, 2023 তাৰিখে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰপথাৰস্থিত 'প্ৰশান্তি ধাম'(বয়োজ্যেষ্ঠ মহিলাৰ আবাসগৃহ)ত কলাব...
11/06/2023

যোৱা ইংৰাজী 08 মাৰ্চ, 2023 তাৰিখে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰপথাৰস্থিত 'প্ৰশান্তি ধাম'(বয়োজ্যেষ্ঠ মহিলাৰ আবাসগৃহ)ত কলাবাৰী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আচঁনি গোটৰ উদ্যোগত তথা মহাবিদ‍্যালয়ৰ মহিলা কোষ আৰু ডিক্ৰং উপত্যকা পৰিবেশ আৰু গ্ৰাম্য উন্নয়ন সমিতি, বৰপথাৰৰ সহযোগত উদযাপন কৰা আন্তৰ্জাতিক নাৰী দিৱসৰ কেইটামান মুহূৰ্ত...

ইংৰাজী 09 নৱেম্বৰ, 2022 তাৰিখে বিশ্বনাথ মহাবিদ্যালয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ সমন্বয়ক তথা ছাত্ৰ ...
11/06/2023

ইংৰাজী 09 নৱেম্বৰ, 2022 তাৰিখে বিশ্বনাথ মহাবিদ্যালয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ সমন্বয়ক তথা ছাত্ৰ কল্যাণ সঞ্চালক ড⁰ ৰঞ্জন কুমাৰ কাকতি দেৱৰ সৈতে অবিভক্ত শোণিতপুৰ জিলাৰ মহাবিদ্যালয় সমূহৰ ৰাষ্ট্ৰীয় সেৱা আচঁনি গোটৰ কাৰ্য্যসূচী বিষয়া আৰু সেচ্চাসেৱক সকলৰ এক মত বিনিময় অনুস্থানৰ কেইটামান মুহূৰ্ত...

Address

Kalabari College
Gohpur
784178

Website

Alerts

Be the first to know and let us send you an email when NSS UNIT Kalabari College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share