06/05/2023
#গুৱাহাটী শ্ৰীমন্ত শঙ্কৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ১৬ সংখ্যক TMPK কেন্দ্ৰীয় সমিতিৰ সাধাৰণ অধিবেশনত নৱগঠিত কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি তিলক দলে, সাধাৰণ সম্পাদক চান পাংগিং, প্ৰচাৰ সম্পাদক দীগ্বিজয় দলে, সাংগঠনিক সম্পাদক দীনেশ পাটগিৰি, সদস্য ৰাজীৱ মিলি আৰু সদস্যা মিতালি পাতিৰিক TMPK, MMK, TMMK, MBK আৰু MDK শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন ও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
Re'gam Irroi
Irroi