UDAY Associate

UDAY Associate WE PROVIDE FREE TRAINING UNDER ASSAM SKILL DEVELOPMENT MISSION

আজি ইংৰাজী 18/11/2019 তাৰিখে অসম দক্ষতা বিকাশ অভিযানৰ অন্তৰ্গত   ৰ পৃষ্ঠপোষকতাত এটি প্ৰশিক্ষণ কেন্দ্ৰ শুভাৰম্ভ কৰা হয় ।উ...
18/11/2019

আজি ইংৰাজী 18/11/2019 তাৰিখে অসম দক্ষতা বিকাশ অভিযানৰ অন্তৰ্গত ৰ পৃষ্ঠপোষকতাত এটি প্ৰশিক্ষণ কেন্দ্ৰ শুভাৰম্ভ কৰা হয় ।উক্ত শুভাৰম্ভ কার্যসূচীত গহপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় উপস্থিত থাকে । সভাৰ সভাপতিত্ব কৰে গহপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক শ্ৰীযুত যুগল বৰা মহোদয়ে ।

10/11/2019

অসম দক্ষতা অভিযান মিচনৰ অধীনত বিনামূলীয়াকৈ M.R
{MEDICAL SELSE REPRESENTATIVE}
আৰু dish TV অপাৰেটৰৰ আৰু RETAIL SALESৰ প্ৰশিক্ষণ দিয়াৰ লগতে সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে !

ইচ্ছুক যুৱক যুৱতী সকলে যোগাযোগ কৰিব পাৰিব 👇👇👇👇

কাৰ্যালয়
কলাবাৰী M V School আৰু
অমিয় ভৱন ককিলা চাৰিআলি

#দুৰ্ভাশ
6001178982
6001852718

08/11/2019

অসম দক্ষতা অভিযান মিচনৰ অধীনত তেইলৰিং,ৰিতেইল,MR,বিউটিছিয়ান আদি বিষয়ত বিনামূলীয়াকৈ প্ৰশিক্ষণ দি থকা হৈছে ইচ্ছুক যুৱক যুৱতী সকলে যোগাজিগ কৰিব পাৰে !

প্ৰজেক্ট মেনেজাৰ: 6001178982

08/11/2019

ফেচবুকত নিবনুৱা সংস্থাপনৰ কাৰণে চৰকাৰক গালি পাৰি থকা সকলে নিজৰ অঞ্চলত থকা যুৱক যুৱতী সকলক অসম দক্ষতা অভিযান মিচনৰ অধীনত প্ৰশিক্ষণ দিয়াই বিভিন্ন বিভাগত নিয়োগ হবৰ কাৰণে উৎসাহ দিয়ক । চৰকাৰী চাকৰি যিহেতু অভাৱ সেইকাৰণে চৰকাৰে দক্ষতা বিকাশৰ নামত কোটি কোটি ধন খৰছ কৰিছে ।গতিকে নিজকে আত্মনির্ভশীল কৰাই নিবনুৱা সমস্যা দূৰ কৰিবৰ কাৰণে সকলো যুৱক যুৱতী আগবাঢ়ি আহক ।

27/10/2019

Address

Gohpur

Telephone

+916001178982

Website

Alerts

Be the first to know and let us send you an email when UDAY Associate posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category