12/04/2026
গহপুৰৰ দক্ষিণাঞ্চলৰ উচ্চ শিক্ষানুষ্ঠান লোহিতমুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সন্তোষজনক ফলাফলে বিদ্যালয়ৰ লগতে অঞ্চললৈ সুনাম অৰ্জন কৰিছে।
বিদ্যালয়ৰ মুঠ পৰীক্ষাৰ্থীৰ ১২ জনে প্ৰথম বিভাগ
দ্বিতীয় বিভাগত ৩৯ জন
তৃতীয় বিভাগত ৮ জন
১৬ জনে সংস্কৃত ঐচ্ছিক বিষয়ত লেটাৰ মাৰ্ক
সমাজ বিজ্ঞানত আৰু অসমীয়া বিষয়ত এজনে লেটাৰ পাবলৈ সক্ষম হয়।