Nehru HS School

Nehru HS School Established in 1964 at Gopalpur Gohpur Biswanath District.

Distinction and Star marks recipients among HSLC and HS students were honored today at the School auditorium, with Soumi...
09/05/2026

Distinction and Star marks recipients among HSLC and HS students were honored today at the School auditorium, with Soumitra Baruah, Associate Professor, Chaiduar College, and Bhubaneswar Tanti President of Biswanth AASU gracing the occasion.

28/04/2026
HS FINAL(ARTS) RESULTTOTAL APPEARED =109TOTAL PASSED =109FIRST DIVISION =67SECOND DIVISION =35THIRD DIVISION =07DISTINCT...
28/04/2026

HS FINAL(ARTS) RESULT
TOTAL APPEARED =109
TOTAL PASSED =109
FIRST DIVISION =67
SECOND DIVISION =35
THIRD DIVISION =07
DISTINCTION MARKS =12
STAR MARKS =10
HIGHEST PERCENTAGE =92.4
Congratulations to successful students



আজি ছয়দুৱাৰ শিক্ষাখণ্ডৰ অধীনৰ নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাজ্য চৰকাৰৰ দ্বাৰা নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকললৈ প্ৰদান ক...
04/02/2026

আজি ছয়দুৱাৰ শিক্ষাখণ্ডৰ অধীনৰ নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাজ্য চৰকাৰৰ দ্বাৰা নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকললৈ প্ৰদান কৰা চাইকেল বিতৰণ কৰে গহপুৰ বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক উৎপল বৰা দেবে ৷


গহপুৰ সমজিলা প্ৰশাসনৰ দ্বাৰা আয়োজিত ৭৭সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে সমজিলা ভিত্তিত অনুষ্ঠিত আকস্মিক বক্তৃতা প্ৰতিযোগিতাত...
29/01/2026

গহপুৰ সমজিলা প্ৰশাসনৰ দ্বাৰা আয়োজিত ৭৭সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে সমজিলা ভিত্তিত অনুষ্ঠিত আকস্মিক বক্তৃতা প্ৰতিযোগিতাত(নৱম আৰু দশম শ্ৰেণীৰ) নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কুহি ৰাজখোৱাই প্ৰথম আৰু কৃষ্ণামণি নেওগে দ্বিতীয় স্থান লাভ কৰে ৷ তোমালোকৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলোঁ ৷



School Week.
18/12/2025

School Week.


Address

Gopalpur
Gohpur
784168

Website

Alerts

Be the first to know and let us send you an email when Nehru HS School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category