17/05/2026
জানকী জ্ঞান কম্পিউটাৰ প্ৰতিষ্ঠান গহপুৰ শাখাৰ পৰা এবছৰীয়া প্ৰাঠক্ৰম সমাপ্ত কৰা প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰা হয়। সকলো প্ৰশিক্ষাৰ্থীক শুভেচ্ছা জনালোঁ।
Certificates were awarded to the trainees who successfully completed the one-year course at the Gohpur branch of Janaki Gyan Computer Institute. Heartiest congratulations and best wishes to all the trainees for their achievement and future success.👌 DCA, ADCA, PGDCA 🖥
2nd Batch 2026..