D A V Adarsha Shishu Niketan Gamiri

D A V Adarsha Shishu Niketan  Gamiri D.A.V. Adarsha Shishu Niketan, Gamiri

14/04/2026

"ব'হাগৰ পদূলি উদূলি-মুদূলি
ঐ নাহৰফুল ফুলাৰে বতৰ,
উজনি -নামনিত লাগিল খলকনি
ঢোলটো উঠিলে ৰগৰ।"

সকলোলৈকে ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জনালোঁ।🙏

নবোদয় বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবৰ বাবে নিৰ্বাচিত, আমাৰ বিদ্যালয়ৰ অমায়িক, বিনয়ী তথা মেধাৱী ছাত্ৰ শ্ৰী হৃদয় ৰঞ্জন ব...
26/03/2026

নবোদয় বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবৰ বাবে নিৰ্বাচিত, আমাৰ বিদ্যালয়ৰ অমায়িক, বিনয়ী তথা মেধাৱী ছাত্ৰ শ্ৰী হৃদয় ৰঞ্জন বৰাক, সম্বৰ্ধনা তথা আশীষ প্ৰদানৰ এক দৃশ্যাংশ। শুভেচ্ছা জনালোঁ হৃদয় ৰঞ্জন।

26/03/2026
আমাৰ গৌৰৱ      *****************যোৱা ইং29আৰু30অক্টোবৰ তাৰিখে উত্তৰ লক্ষীমপুৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক্ বক্...
01/11/2025

আমাৰ গৌৰৱ
*****************
যোৱা ইং29আৰু30অক্টোবৰ
তাৰিখে উত্তৰ লক্ষীমপুৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক্ বক্সিং স্পৰ্ধাত অংশগ্ৰহণ কৰি গমিৰিৰ ডি.এ.ভী.আদৰ্শ শিশু নিকেতনৰ ছাত্ৰদ্বয় ক্ৰমে শ্ৰী প্ৰেম তামাং আৰু প্ৰজ্ঞান দাহালে সোন আৰু ব্ৰঞ্জৰ পদক আজুৰি আনি আমাৰ বিদ্যালয়ৰ লগতে সমগ্ৰ গহপুৰ মহকুমাৰ নাম গৌৰৱাম্বিত কৰিলে।এই আপাহতে ছাত্ৰ দুগৰাকীক বিদ্যালয়ৰ প্ৰধান শিক্ষকে দুখন ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে তেঁওলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।

আই তোক কিহেৰে পূজিমেআই তোৰ চলণে দুখানি,আই অʼ কিহেৰে পূজিমে তোকআই অʼ জীৱন দি পূজিমে তোক•••••ভাৰত ৰত্নৰে সন্মানিত সুধাকণ্ঠ...
08/09/2025

আই তোক কিহেৰে পূজিমে
আই তোৰ চলণে দুখানি,
আই অʼ কিহেৰে পূজিমে তোক
আই অʼ জীৱন দি পূজিমে তোক•••••
ভাৰত ৰত্নৰে সন্মানিত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম দিৱসত তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছো।

ভূত পূৰ্ব ৰাষ্ট্ৰপতি , দাৰ্শনিক তথা মহান শিক্ষক ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱক , তেওঁৰ জন্ম দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছো । লগতে...
05/09/2025

ভূত পূৰ্ব ৰাষ্ট্ৰপতি , দাৰ্শনিক তথা মহান শিক্ষক ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱক , তেওঁৰ জন্ম দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছো । লগতে, প্ৰতিগৰাকী শিক্ষক -শিক্ষয়িত্ৰীলৈ দেশৰ প্ৰতি আগবঢ়োৱা নিঃস্বাৰ্থ সেৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা জনালোঁ।🙏

কি কহবো শঙ্কৰ        দেৱৰ মহিমা         জানি জ্ঞানী অন্ত নাপায়।যাকেৰি চৰণক    ৰেণু শিৰে পৰশি          মুকুটি সুখ সুখে প...
25/08/2025

কি কহবো শঙ্কৰ দেৱৰ মহিমা
জানি জ্ঞানী অন্ত নাপায়।
যাকেৰি চৰণক ৰেণু শিৰে পৰশি
মুকুটি সুখ সুখে পায়।।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথিত তেৰাৰ শ্ৰীচৰণত শতকৌটি প্ৰতিষ্ঠাত যাঁচিলো।

শিক্ষক দিৱস উপলক্ষে আজি বিদ্যালয়ত সাত গৰাকী শিক্ষক -শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয়।
05/09/2023

শিক্ষক দিৱস উপলক্ষে আজি বিদ্যালয়ত সাত গৰাকী শিক্ষক -শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

Address

Gamiri
Gohpur

Alerts

Be the first to know and let us send you an email when D A V Adarsha Shishu Niketan Gamiri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to D A V Adarsha Shishu Niketan Gamiri:

Shortcuts

Share