Gameri Higher Secondary School গমিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়

  • Home
  • India
  • Gohpur
  • Gameri Higher Secondary School গমিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়

Gameri Higher Secondary School গমিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় An Assamese medium Co-Educational Day School run by Govt. of Assam. It has classes from I - XII

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক গীতে মাতে সুঁৱৰি বিদ্যালয়ৰ প্ৰাতঃ সভাৰ অনুষ্ঠান !!
19/09/2026

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক গীতে মাতে সুঁৱৰি বিদ্যালয়ৰ প্ৰাতঃ সভাৰ অনুষ্ঠান !!

17/09/2026
Ozone Day (16/09/2026) celebration at school !
16/09/2026

Ozone Day (16/09/2026) celebration at school !

15/09/2026
গমিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক নাৰায়ণ ঘিমিৰেলৈ জিলা কৃতী শিক্ষকৰ সন্মান।◼️ শিক্ষাৰ প্ৰতি একাগ্ৰতা, নিষ...
09/09/2026

গমিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক নাৰায়ণ ঘিমিৰেলৈ জিলা কৃতী শিক্ষকৰ সন্মান।

◼️ শিক্ষাৰ প্ৰতি একাগ্ৰতা, নিষ্ঠা আৰু সততাৰে সুদীৰ্ঘ ৩৪ বছৰ ধৰি আগবঢ়াই অহা সেৱাৰ স্বীকৃতি হিচাপে গমিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ বিজ্ঞান শিক্ষক নাৰায়ণ ঘিমিৰেক বিশ্বনাথ জিলাভিত্তিক কৃতী শিক্ষকৰ সন্মান ৫ চেপ্তেম্বৰত অনুষ্ঠিত হোৱা ৬৫ সংখ্যক শিক্ষক দিৱসৰ পবিত্ৰ মঞ্চত বিশ্বনাথ জিলা শিক্ষক দিৱস উদযাপন সমিতিৰ উদ্যোগত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।
দীৰ্ঘদিনীয়া শিক্ষকতা জীৱনত বিজ্ঞান শিক্ষাৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰতো শিক্ষক ঘিমিৰেয়ে আগবঢ়াই আহিছে উল্লেখযোগ্য অৱদান। তেওঁৰ নিষ্ঠা, কৰ্তব্যপৰায়ণতা আৰু আদৰ্শ শিক্ষকতাৰ প্ৰতি সন্মান জনাই আগবঢ়োৱা এই স্বীকৃতিয়ে গমিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোৰ শিক্ষানুৰাগী ৰাইজৰ মাজলৈ আনন্দ কঢ়িয়াই আনিছে।
আমিও এই শুভক্ষণত তেখেতৰ প্ৰতি জনাইছোঁ অভিনন্দন ও কৃতজ্ঞতা!

৬৫ সংখ্যক শিক্ষক দিৱস উদযাপন !
05/09/2026

৬৫ সংখ্যক শিক্ষক দিৱস উদযাপন !

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস বিদ্যালয়ত ছাত্ৰ ছাত্ৰী, শিক্ষক কৰ্মচাৰীৰ উপস্থিতিত আনন্দ উৎসাহেৰে পালন কৰা হয়। লগতে স্বা...
15/08/2026

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস বিদ্যালয়ত ছাত্ৰ ছাত্ৰী, শিক্ষক কৰ্মচাৰীৰ উপস্থিতিত আনন্দ উৎসাহেৰে পালন কৰা হয়। লগতে স্বাধীনতা দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰী সকলৰ মাজত আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী সকলকো আজি পুৰস্কৃত কৰা হয় ।

Congratulations Narayan 🎉👏 Proud of you!
17/07/2026

Congratulations Narayan 🎉👏 Proud of you!

23/06/2026

আজি ঘোষণা কৰা HSLC Compartmental পৰীক্ষা, 2026 ৰ আমাৰ বিদ্যালয়ৰ ফলাফল :
২য় বিভাগ : ২২ জন
৩য় বিভাগ : ০৮ জন
মুঠ পৰীক্ষাৰ্থী : ৩১ জন
উত্তীৰ্ণ : ৩০, উত্তীৰ্ণৰ হাৰ : ৯৬.৭৭

1st Unit and Periodical Exam starts from today!
22/06/2026

1st Unit and Periodical Exam starts from today!

Address

Gohpur
784172

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 1pm

Telephone

+917399101012

Website

Alerts

Be the first to know and let us send you an email when Gameri Higher Secondary School গমিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Gameri Higher Secondary School গমিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়:

Shortcuts

Share

Category