15/12/2020
!
হয়! #ডবলস্টান্ডাৰ্ডছ_কিয় ??
যদি সংস্কৃত টোল ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয়ৰ আওতালৈ যাব পাৰে, মাদ্ৰাছা শিক্ষা অনুষ্ঠানসমূহ কিয় #আলিগড়_মুছলিম_বিশ্ববিদ্যালয়, #কোলকাতা_আলিয়া_বিশ্ববিদ্যালয়, #জামিয়া_মিল্লীয়া_বিশ্ববিদ্যালয় ৰ আওতালৈ যাব নোৱাৰে ?
কি বুজাব খুজিছে আপুনি আমাক! আৰু কিমান উল্লু বনাব এই সাধাৰণ ৰাইজক!!!??? ছিঃ ছিঃ ছিঃ
এইটোহে ছেকুলাৰিজিম!! নহয়নে!!??
1934 চনত অসমত আৰম্ভ হোৱা ছাৰ ছাদুল্লাৰ পৰা আজিলৈকে আপোনাৰ বাদে কোনেও বুজি নাপালে!
জামিয়া মিল্লীয়াৰ প্ৰতিষ্ঠাপক সকলেও বুজি নাপালে, আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক সকলেও বুজি নাপালে, কোলকাতা আলিয়া বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক সকলেও যেন বুজি নাপালে!!
1949 চনত ভাৰতীয় সংবিধানৰ ৰচক চিয়াৰমেন ডঃ আম্ভেদকাৰ সহজ 298 সদস্যবৃন্দও বুজি নাপালে !!! কাৰণ তেওঁলোকে সংবিধানৰ আৰটিক'ল 29,30 নুবুজাকৈ লিখি দিলে নহয়!!
সেই সময়ৰ মাননীয় #ৰাষ্ট্ৰপতি_ডঃ_ৰাজেন্দ্ৰ_প্ৰসাদ ছাৰেও আৰটিক'ল 29, 30 নুবুজি অনুমোদন দিছিল, নহয় নে ছাৰ?
সাহক আছে যদি #জামিয়া_মিল্লীয়া, আলিগড় মুছলিম বিশ্ববিদ্যালয়, কোলকাতা আলিয়া বিশ্ববিদ্যালয় বন্ধ নকৰে কিয়?
সন্মানীয় ৰাইজ, শিক্ষাবিদেৰে সকল, অসমীয়া মুছলিম সমাজৰ কৃষ্টি-সংস্কৃতি , শিক্ষা ভাৰতীয় সংস্কৃতিৰ অন্তৰ্গত নহয় নেকি ?
ভাৰতীয় সংস্কৃতি বুলিলে অকল এটা জাতি বা এটা ধৰ্মীয় জনগোষ্ঠীক বুজায় নেকি?
দেশ এখনৰ উন্নতি মাত্ৰ এটা জনগোষ্ঠীৰ মাজত সীমাবদ্ধ নে?
আফচোচ! ক'ত গল অসমৰ সাধাৰণ জনগণৰ হকে মাত মাতিবলৈ আশ্বাস দিয়া সেই মহান নেতা সকল!!????
ক'ত আছে আমাৰ কলেজ, ইউনিভাৰছিটিৰ সেই মহান নিৰপেক্ষ দৃষ্টিভংগীৰ ছাৰ সকল !!!???
ছাৰ ! আপোনালোক নিমাত কিয়?
াখিব! এদিন কিন্তু সকলোৱে নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ হিচাপ সেই মহান সৃষ্টিকৰ্তাৰ ওচৰত দিবই লাগিব!
#সকলোৱে_মনত_ৰখা_দৰকাৰ_যে_নিশ্চয়_পাৰ্থিৱ_জীৱন_ক্ষণস্থায়ী।
#সকলোকে_ধৈৰ্যসহকাৰে_পোস্ট টো পঢ়ি, নিজৰ ৰায়টো, কমেন্ট আৰু চিয়াৰৰ জৰিয়তে প্ৰকাশ কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ।