চুনাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়।

  • Home
  • India
  • Goalpara
  • চুনাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়।

চুনাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। "Dedicated educator with a strong commitment to guiding students towards academic excellence and personal growth.

Believes in innovative teaching methods and nurturing young minds with care and discipline."

 #শাৰদীয়_দুৰ্গোৎসৱৰ_আন্তৰিক_শুভ_কামনাৰে...
29/09/2025

#শাৰদীয়_দুৰ্গোৎসৱৰ_আন্তৰিক_শুভ_কামনাৰে...

Rescheduled programme for remaining Subject due to the cremation of the mortal remains of the legendary Artist Late Zube...
22/09/2025

Rescheduled programme for remaining Subject due to the cremation of the mortal remains of the legendary Artist Late Zubeen Garg.

"অসমবাসীৰ হিয়াৰ আমুঠু  #জুবিন_গাৰ্গৰ অকাল মৃত্যুতে আমি স্তম্ভিত আৰু গভীৰ শোকাহত। তেওঁৰ মধুৰ কণ্ঠই আমাৰ জীৱনৰ সুখ-দুখৰ সং...
22/09/2025

"অসমবাসীৰ হিয়াৰ আমুঠু #জুবিন_গাৰ্গৰ অকাল মৃত্যুতে আমি স্তম্ভিত আৰু গভীৰ শোকাহত। তেওঁৰ মধুৰ কণ্ঠই আমাৰ জীৱনৰ সুখ-দুখৰ সংগী হৈ আহিছিল। অসমীয়া সংস্কৃতি আৰু সংগীতৰ জগতত তেওঁৰ অবদান চিৰদিনৰ বাবে স্মৰণীয় হৈ থাকিব। তেওঁৰ সুৰে আমাৰ হিয়ালৈ এনে স্পৰ্শ আনে, যি ভাষাৰে প্ৰকাশ কৰা অসম্ভৱ। দেহ গুচি গ'লেও, তেওঁৰ সুৰে আমাৰ মাজত সদায় জীয়াই থাকিব। হিয়াৰ আমুঠু জুবিন গাৰ্গলৈ আমাৰ অশ্ৰসিক্ত শ্ৰদ্ধাঞ্জলি।"

゚viralシfypシ゚viralシal

Address

Chunari
Goalpara
783129

Opening Hours

Monday 9am - 3:30pm
Tuesday 9am - 3:30pm
Wednesday 9am - 3:30pm
Thursday 9am - 3:30pm
Friday 9am - 3:30pm
Saturday 9am - 3:30pm

Website

Alerts

Be the first to know and let us send you an email when চুনাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category