Zubeen Fire and safety Academy

Zubeen Fire and safety Academy Zubeen fire and safety Academy

Fire and safety course is conducted in our academy. Mb-91012 18497

If you want to become a fire engineer or fire and safety officer, you can contact us.

Fire
12/10/2025

Fire

20/03/2024
12/05/2020

Logdown ma

22/04/2020

#ৰঙালী_বিহু_ফটো_প্ৰতিযোগিতা_2020
Contestant- 676 (𝐑𝐅𝐀 ল'ৰালি)
𝐌𝐞𝐡𝐧𝐚𝐳 𝐀𝐧𝐬𝐚𝐫𝐫𝐲 ( 7 years)
Ambari

সমুহ অসমবাসী ৰাইজলৈ

অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ হিয়াভৰাঁ ওলগ আৰু শুভেচ্ছা যাচিছো ।
গোটেই বিশ্বৰ লগতে আমিও মহামাৰী কৰ’না হেতুকে এক গভীৰ সংকটৰ মাজেৰে দিন অতিবাহিত কৰিব লগা হোৱাত দেশ স্তব্ধ হৈ পৰিছে ।
কোনোবাই যদি হাঁ‌হিছে, কোনোবাই কান্দিছে আৰু কোনোবাই এসাজ খাদ্যৰ বাবে হাহাঁকাৰ কৰিছে । তথাপিও আমি অসমীয়াই ঘৰতে সুৰক্ষিত থাকি আমাৰ মৰমৰ বিহুটি পালন কৰো আহঁক।
বিশেষকৈ আমাৰ অসমৰ ছাত্ৰ-ছাত্ৰী তথা নৱ-প্ৰজন্মৰ মানসিক বিকাশ আৰু আমোদৰ প্ৰতি লক্ষ্য ৰাখি এটি পদক্ষেপ ল'বলৈ ওলাইছো ।

আমাৰ RADEUQIS FUTURE ACADEMY পেজটো বিদ্যালয়ৰ নিজা পেজ, তথাপি বিহুৰ বাবে আমি এখনি সুন্দৰ ফটো প্ৰতিযোগিতাৰ আয়োজন কৰিব লৈছো ।
সকলোকে নিজ ইচ্ছা অনুযায়ী অসমীয়া সংস্কৃতি বিহুৰ ওপৰত সুকীয়া সাজ পৰিধান কৰি, সুন্দৰকৈ তাৰ ফটো তুলি ফটো সমুহ ১৯/০৪/২০২০ তাৰিখ নিশা ১২ বজাৰ ভিতৰত আমাৰ RADEUQIS FUTURE ACADEMY- ৰ WhatsApp number -7664876649 ত পঠিয়াই দিবলৈ অনুৰোধ জনালোঁ ।

চৰকাৰৰ লকডাউনৰ প্ৰতি সহাঁৰি জনাই ঘৰতে এখন সুন্দৰ ফটো তুলি আমালৈ প্ৰেৰন কৰক । প্ৰতিযোগিতা খন তিনিটা ভাগত ভাগ কৰা হ'ব ।

1️⃣- 𝐑𝐅𝐀 কুঁৱৰী (কেৱল গাভৰুৰ )

2️⃣- 𝐑𝐅𝐀 কোঁ‌ৱৰ ( কেৱল ডেকা সকলৰ )

3️⃣- 𝐑𝐅𝐀 ল'ৰালি ( ছাত্ৰ-ছাত্ৰী, ১০ম শ্ৰেণী লৈকে)।

নিয়মাৱলী সমুহ 👉 ঘৰতে থাকি সুৰক্ষিত ভাৱে নিয়ম পালন কৰি ফটো তুলিহে প্ৰেৰন কৰিব । ফটো লগতে নিজৰ নিজৰ ঠিকনা আৰু ফোন নম্বৰ উল্লেখ থকাটো বাধ্যতামূলক । অসমৰ যিকোনো ঠাইৰ পৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব ।

১-👉নিজৰ পাৰম্পৰিক বিহুৰ সাজ পোছাক পিন্ধা ফটো হে দিব ।
২-👉বয়সৰ সীমাবদ্ধতা নাই ।
৩-👉প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলে আমাৰ পেজটো লাইক কৰিব লাগিব ।
৪-👉লাইক আৰু স্বেয়াৰৰ ভিত্তিত বিজয়ী ঘোষনা কৰা হ'ব ।
৫-👉চেলফি ফটো গ্ৰহণ কৰা নহ’ব ৷
৬-👉আপোনাৰ ফটোসমূহ আমাৰ পেজৰ পৰা চেয়াৰ হ’ব লাগিব ৷
৭-👉এজন ব্যক্তিয়ে এখন ফটো এবাৰহে চেয়াৰ কৰিব পাৰিব ৷
৮- 👉১টা লাইকত ৫ টা ভোট
১টা কমেন্টত ১০ টা ভোট ।
১টা শ্বেয়াৰত ১৫ টা ভোট ।

প্ৰতিযোগিতা খন ইংৰাজী ১৪/০৪/২০২০ ৰ পৰা ১৯/০৪/২০২০ তাৰিখ মাজনিশা পৰ্য্যন্ত চলিব আৰু সকলোৱে নিজৰ পছন্দৰ প্ৰতিযোগিক ইংৰাজী ২৬/০৪/২০২০ তাৰিখ মাজনিশা পৰ্যন্ত ভোটিং কৰিব পাৰিব ।

প্ৰতিটো শাখাত প্ৰথম আৰু দ্বিতীয়, ভোটিঙৰ ওপৰত বিজয়ী হিচাপে নিৰ্বাচন কৰা হব । বিজয়ী ৬ জন প্ৰতিযোগীক আকৰ্ষনীয় বিহুৰ উপহাৰ স্বৰূপে নগদ ধন একাউন্টত ট্ৰান্সফাৰ কৰা হ'ব।

পেজটোৰ এই পোষ্টটো সকলোৱে স্বেয়াৰ কৰিব যাতে প্ৰতিযোগিতাত সকলোৱে অংশগ্ৰহণ কৰিব পাৰে, ধন্যবাদ ।

সম্পূৰ্ণ ভাৱে মানিবলৈ অনুৰোধ জনালোঁ।
#সুস্থ থাকক, সুৰক্ষিত থাকক।

অনুৰোধ মৰ্মে-
*RADEUQIS FUTURE ACADEMY*
WhatsApp number-76648-76649.
🙏🙏🙏🙏🙏

24/10/2018

Address

Vill. . Ambari Kadotika. Dit. . Goalpara (Assam). . P. O. . . Ambaribazar. . P. S. . Baguan
Goalpara
783129

Telephone

+91 91012 18497

Website

Alerts

Be the first to know and let us send you an email when Zubeen Fire and safety Academy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category