01/05/2026
সমাজৰ অন্যতম মেৰুদণ্ড স্বৰূপ প্ৰতিগৰাকী শ্ৰমিক বন্ধুলৈ আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শ্রমিকসকলৰ অধিকাৰ সুনিশ্চিত কৰাৰ লগতে তেওঁলোকৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি এখন সমৃদ্ধ সমাজ গঢ়ি তোলাৰ পণ লওঁ আহক
#একালব্য_ইংলিছ_একাডেমী