05/10/2026
GOOD NEWS FOR US 🤘🤘
Pratidin time
Talent hunt (season 5)
একেৰাহে ৪ বছৰ এটাৰ পিছত এটা আমাৰ ছাত্ৰ ছাত্ৰী সকলৰ এই যাত্ৰা।অইন অইন বছৰৰ দৰে এইবাৰো আমাৰ ছাত্ৰ ছাত্ৰী ইখামণি আৰু দিকশান্তই বিচাৰকৰ ভাল ভাল মন্তব্যৰে প্ৰথম ৰাউণ্ড উত্তীর্ণ কৰিলে।আশীৰ্বাদ কৰিব সকলে এনেদৰে যেন চূড়ান্ত ৰাউণ্ড লৈ যাব পাৰে।
Big congratulations both of you 💐💐
Ekhamoni Ray & Dikshanta
More power to shine 💖💐
Rising Dance Academy,Assam