Chunari College

Chunari College Our college established on 01/01/1998 & our college situated at Chunari near Brahmaputra river

19/11/2025

যোৱা কালি ১৮/১১/২০২৫ ইংৰাজী তাৰিখে চুনাৰী মহাবিদ্যালয়ত মহান শিল্পী জুবিন গাৰ্গৰ জন্মজয়ন্তী আনুষ্ঠানিক ভাৱে পালন কৰা হয়।

আজি মহৎ প্ৰাণ, মহান শিল্পী, নতুন সভ্যতা আৰু চেতনাৰ স্পন্দন জুবিন গাৰ্গৰ জন্মদিনৰ লগত সংগতি ৰাখি, আমাৰ পবিত্ৰ বিদ্যাৰ চোত...
18/11/2025

আজি মহৎ প্ৰাণ, মহান শিল্পী, নতুন সভ্যতা আৰু চেতনাৰ স্পন্দন জুবিন গাৰ্গৰ জন্মদিনৰ লগত সংগতি ৰাখি, আমাৰ পবিত্ৰ বিদ্যাৰ চোতালত দিনজোৰা বিভিন্ন প্ৰতিযোগিতাৰ কাৰ্য্যসূচীৰে এক জ্ঞানসম্বলিত বৌদ্ধিক অনুষ্ঠানৰ আয়োজন কৰা হয়।
উক্ত অনুষ্ঠানত চুনাৰী মহাবিদ্যালয়ৰ চৌদিশস্থিত প্ৰায় আঠ-দহখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্রী সকলে উৎসাহভৰে অংশগ্ৰহণ কৰি চুনাৰী মহাবিদ্যালয়ৰ পৰিসৰক এক সত্যিকাৰ “জুবিন চৰ্চা কেন্দ্ৰস্থলত” পৰিণত কৰে।

অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ আব্দুছ ছালামে জুবিন গাৰ্গৰ বিশাল ব্যক্তিত্ব, জীৱনদৰ্শন আৰু সমাজলৈ তেওঁৰ অবদানৰ ওপৰত এক সুমধুৰ আৰু অনুপ্ৰেৰণাদায়ক বক্তৃতা আগবঢ়ায়।

03/11/2025
02/11/2025

যোৱা ২৭/১০/২০২৫ ইংৰাজী তাৰিখে চুনাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা নবাগত আদৰণি সভাৰ সংগীত অনুষ্ঠানৰ M R Mustafi ৰ সংগীত পৰিবেশনৰ কিছু অংশ

30/10/2025

চুনাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা নবাগত আদৰণি সভাৰ সংগীত অনুষ্ঠানৰ কিছু অংশ
তাৰিখ - ২৭/১০/২০২৭

30/10/2025

চুনাৰী মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত মহাবিদ্যালয়ৰ সংগীত উন্মোচন কৰা হয় আৰু সংগীতটো উন্মোচন কৰে আমাৰ গোৱালপাৰা জিলাৰ সন্মানীয় জিলা আয়ুক্ত মহোদয়ে-

লিখক:- ড°আব্দুছ ছালাম, (অধ্যক্ষ- চুনাৰী মহাবিদ্যালয়)
তাৰিখ - ২৭/১০/২০২৫

30/10/2025

আমাৰ চুনাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা নবাগত আদৰণি সভাত আমাৰ গৃহ জিলাৰ সন্মানীয় আয়ুক্ত মহোদয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি মূল্যবান ভাষন আগবঢ়োৱাৰ তাৰে কিছু অংশ সাঁচি ৰাখিলোঁ।
তাৰিখ- ২৭/১০/২০২৫

30/10/2025

চুনাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা নবাগত আদৰণি সভাৰ মাজতে মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ আব্দুছ ছালাম মহোদয়ে আগবঢ়োৱা কিছু গুৰুত্বপূৰ্ণ মন্তব্য।
তাৰিখে - ২৭/১০/২০২৫

30/10/2025

চুনাৰী মহাবিদ্যালয়ত যোৱা ২৭/১০/২০২৫ ইংৰাজী তাৰিখে অনুষ্ঠিত হৈ যোৱা নবাগত আদৰণি সভাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশনৰ কিছু অংশ

30/10/2025

চুনাৰী মহাবিদ্যালয় ২৭/১০/২০২৫ তাৰিখে অনুষ্ঠিত হৈ যোৱা নবাগত আদৰণি সভাৰ অন্তিম কাৰ্যসূচীৰ কিছু অংশ

Address

Chunari
Goalpara
783129

Alerts

Be the first to know and let us send you an email when Chunari College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Chunari College:

Shortcuts

Share

Category