27/06/2022
আজি ইং 27/06/2022 তাৰিখে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা/2022ৰ আমাৰ IQRA Senior Secondary Schoolৰ ফলাফল ----
পৰীক্ষাত অৱতীৰ্ণ মুঠ ছাত্ৰ ছাত্ৰী - 17 জন
প্রথম বিভাগত উত্তীৰ্ণ - 7 জন ( 1 জন Star) ।
দ্বিতীয় বিভাগত উত্তীৰ্ণ - 6 জন।
তৃতীয় বিভাগত উত্তীৰ্ণ - 4 জন।
উত্তীৰ্ণৰ হাৰ 100%।
সকলো ছাত্ৰ-ছাত্ৰীক আমাৰ বিদ্যালয়ৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
আজিৰ এই ফলাফলত ছাত্ৰ ছাত্ৰী, শিক্ষক-শিক্ষয়ত্রী, অভিভাৱক তথা অঞ্চলবাসী উৎফুল্লিত।