TET Qualified Forum, Assam

TET Qualified Forum, Assam TET Qualified Forum, Assam
A Free Educational Discussion Facebook Group/Page of Assam. Healthy & Wealthy Teaching and Learning Through New ICT Media.

All the information provided in this page or https://tqfassam.in website are free of cost.

17/07/2025
18/06/2025

*ODL DElEd প্ৰসংগ আৰু শিক্ষক নিযুক্তি প্ৰক্ৰিয়া*

২০১৭ চন MHRD , ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ এক নীতিৰ আৰু সমীক্ষাৰ অধীনত নিশ্চিত হৈছিল যে দেশৰ প্ৰায় ১৫ লাখ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষক অপ্ৰশিক্ষিত হৈ আছে । তাৰ পিছতে ভাৰত চৰকাৰৰ MHRD বিভাগে এক সদনত ঘোষণা কৰি এক পদক্ষেপ গ্ৰহণ কৰিলে যে ৩১ মাৰ্চ ২০১৯ ৰ ভিতৰত সকলো কৰ্মৰত শিক্ষকক (IN SERVICE TEACHER) প্ৰশিক্ষণপ্ৰাপ্ত কৰিব ।

এই দায়িত্ব ঘাইকৈ ন্যস্ত কৰা হ'ল NIOS ক আৰু NIOS ৰ অধীনত সমগ্ৰ ভাৰতবৰ্ষত আৰম্ভ হ'ল ১৫ ছেপ্টেম্বৰ ২০১৭ ৰ ভিতৰত DElEd ত নামভৰ্ত্তি । যিহেতু সেই সময়ত ৩১ মাৰ্চলৈ সম্পূৰ্ণ ২ বছৰৰ কম সময় আছিল সেয়েহে Diploma In Elementary Education (DElEd) পাঠ্যক্ৰম NCTE ৰ দ্বাৰা বিশেষ সুবিধা তথা ৰেহাইৰে ১৮ মাহত সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল । যিহেতু এইসকল শিক্ষক একোখন বিদ্যালয়ত ইতিমধ্যে কৰ্মৰত(IN SERVICE) সেয়েহে তেওঁলোকৰ প্ৰায় ছয়মহীয়া School Internship ৰ প্ৰয়োজন নাই সেয়েহে তেওঁলোকৰ Internship ৰ বাবে নিৰ্ধাৰণ কৰা ৬ মাহ কমাই ১৮ মাহতে NIOS ৰ পৰা ৩১ মাৰ্চ ২০১৯ ৰ আগতে DElEd সম্পূৰ্ণ কৰা হ'ল । বিভিন্ন সময়ত ২৪ মহীয়া DElEd ক ১৮ মহীয়া কৰাৰ বাবে Court Case, শিক্ষক নিযুক্তিৰ বিজ্ঞাপনত আবেদনৰ পৰাও বঞ্চিত আদিও কৰাও হ'ল ।

এতিয়া আহিছোঁ অন্য এক প্ৰসংগলৈ .....

সেই একেই সময়ত অসম চৰকাৰ বা অন্য ৰাজ্য চৰকাৰেও শিক্ষকক প্ৰশিক্ষণপ্ৰাপ্ত কৰাবলৈ ৰাজ্য চৰকাৰৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিছিল । সেই হিচাপে অসমত SCERT ৰ অধীনত ODL DElEd আৰম্ভ কৰা হ'ল আৰু তেওঁলোকৰ DElEd ডিগ্ৰী এই ২০১৭ ৰ পৰা ২০১৯ ৰ ভিতৰতে Complete কৰা হ'ল ।

*যিহেতু একে সময়তে সকলো আৰম্ভ হৈছিল NIOS DElEd আৰু SCERT ODL DElEd ৰ সেয়েহে দুয়োটা ডিগ্ৰীৰ মাজত কোনো পাৰ্থক্য নাই । কাৰণ তেওঁলোকৰ Certificate ত 2 বছৰীয়া লিখাৰ দৰে NIOS ৰ Certificate ত ও 18 মহীয়া লিখা নাই । যিহেতু চৰকাৰী নিৰ্দেশ অনুসৰি আগষ্ট ২০১৭ ৰ পৰা ৩১ মাৰ্চ ২০১৯ লৈ সম্পূৰ্ণ ২ বছৰ SCERT ODL DElEd কাৰণেও নাছিল NIOS ৰ কাৰণেও নাছিল ।*

*NIOS DElEd আৰু SCERT ODL DElEd ৰ INSERVICE শিক্ষক সকলৰ তলত উল্লেখ কৰা তথ্য থকাটো বাঞ্চনীয় :*

১/ কমেও ২০১৭ ৰ আগষ্টৰ পৰা ৩১ মাৰ্চ ২০১৯ লৈ বিদ্যালয়ত কৰ্মৰত হৈ থকাৰ তথ্য । যিহেতু INSERVICE শিক্ষকৰ বাবেহে দুয়োটা DElEd আছিল তেওঁলোক ৩১ মাৰ্চ ২০১৯ লৈ নিযুক্তি হৈ থকাটো বাধ্যতামূলক আছিল ।

২/ যিহেতু ২ বছৰ এখন বিদ্যালয়ত শিক্ষকতা কৰিছিল সেয়েহে তেওঁৰ নামটো UDISE ত থাকিব লাগিব। (নাথাকিলে তাৰ কাৰণ লিখিতভাৱে বিদ্যালয় প্ৰধানৰ দ্বাৰা প্ৰমাণপত্ৰ গ্ৰহণ)

৩/ দুবছৰ কৰ্মৰত হৈ থকাৰ সময়ৰ বিদ্যালয়ত উপস্থিতিৰ তথ্য (যদি উপলদ্ধ নাই তেনেহলে সেই বিদ্যালয়ৰ প্ৰধানৰ পৰা লোৱা Service Certificate) লগতে Salary বা অন্যান্য Details দি SMC আৰু বিদ্যালয় প্ৰধানৰ Seal Signature দি Service Certificate ।

৪/ বিদ্যালয়ৰ UDISE নাথাকিলে কিয় সেই সময়ত UDISE নাছিল বা সলনি হ'ল তাৰ বাবে বিদ্যালয়ৰ Letter Pad ত লিখিত প্ৰমাণপত্ৰ ।

৫/ DElEd ত নামভৰ্ত্তিৰ প্ৰমাণপত্ৰ লগতে প্ৰতিটো অৱতীৰ্ণ পৰীক্ষাৰ Admit Card ৰ প্ৰতিলিপি ।

প্ৰাকৃতিক দুৰ্যোগ , COVID বা চৰকাৰী নিৰ্দেশ অনুসৰি বন্ধ হোৱা বিদ্যালয়ৰ শিক্ষকসকল হৈছে এই ক্ষেত্ৰত Exceptional গতিকে তেওঁলোকৰ বিষয়ে ইয়াত লিখা হোৱা নাই ।

18/05/2025

15 জুনৰ পৰা ADRE ৰ Skill Test আৰম্ভ হ'ব....

GT আৰু PGT ৰ ফলাফল 5 জুনত ঘোষণা কৰা হ'ব ।

Assam HS Final Result 2025 | Check your Result Online
29/04/2025

Assam HS Final Result 2025 | Check your Result Online

Assam HS Final Result 2025 | HS 2nd year result 2025

15/08/2023

আজি ৭৭তম্‌ স্বাধীনতা দিৱসৰ পৱিত্ৰ দিনটোত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম সৰ্বশিক্ষা মিছনৰ অধীনত আৰু ষ্টেটপুলৰ অধীনত কৰ্মৰত সকলো ঠিকাভিত্তিক টেট শিক্ষকৰ লগতে হাইস্কুলতৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ যি ঘোষণা আগবঢ়ালে তাৰ বাবে TET Qualified Forum, Assam ৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।



HS Final Result 2023
06/06/2023

HS Final Result 2023

AHSEC HS Result 2023 | Assam 12th Exam Results 2023

DEE Assam LP 2nd Provisional Merit List 2023 | Download LP 2nd Select List
08/05/2023

DEE Assam LP 2nd Provisional Merit List 2023 | Download LP 2nd Select List

DEE Assam LP 2nd Provisional Merit List 2023 | Download LP 2nd Select List

DEE Assam UP 2nd Provisional Merit List 2023 | Download UP 2nd Select List
08/05/2023

DEE Assam UP 2nd Provisional Merit List 2023 | Download UP 2nd Select List

DEE Assam UP 2nd Provisional Merit List 2023 | Download UP 2nd Select List

19/02/2023

AHSEC SOS HS ৰ ফলাফল অহা ২৫ ফেব্ৰুৱাৰীৰ ভিতৰত ঘোষণা কৰা হ'ব ।

DEE Assam Teacher Recruitment 2023 | Apply Online for 5320 LP UP Vacancy (Last Date: 01-03-2023)
12/02/2023

DEE Assam Teacher Recruitment 2023 | Apply Online for 5320 LP UP Vacancy (Last Date: 01-03-2023)

DEE Assam Teacher Recruitment 2023 | Apply Online for 5320 LP UP Vacancy

SEBA HSLC Exam 2023 New Pattern | SEBA HSLC Exam 2023 as per NEP
11/12/2022

SEBA HSLC Exam 2023 New Pattern | SEBA HSLC Exam 2023 as per NEP

SEBA HSLC Exam 2023 New Pattern | SEBA HSLC Exam 2023 as per NEP

Address

Gauhati
781001

Alerts

Be the first to know and let us send you an email when TET Qualified Forum, Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to TET Qualified Forum, Assam:

Shortcuts

Share

Category