Dharbam Ulani LP School, Kamrup Metro

Dharbam Ulani LP School, Kamrup Metro Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dharbam Ulani LP School, Kamrup Metro, School, dharbam, Gauhati.

শিশুৰ সৰ্বস্তৰৰ উৎকৰ্ষ সাধন আৰু আনন্দদায়ক শিক্ষা ৰ উদ্দেশ্য সাৰোগত কৰি "শিশুৰ উৎকৰ্ষ  ও আনন্দ মেলা " নামেৰে এক কাৰ্যসূচ...
30/06/2026

শিশুৰ সৰ্বস্তৰৰ উৎকৰ্ষ সাধন আৰু আনন্দদায়ক শিক্ষা ৰ উদ্দেশ্য সাৰোগত কৰি "শিশুৰ উৎকৰ্ষ ও আনন্দ মেলা " নামেৰে এক কাৰ্যসূচী আজি (30-06-2026)ধৰবাম উলনী প্ৰাথমিক বিদ্যালয়ত আয়োজন কৰা হয়।
ধন্যবাদ ধোপগুৰী গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিব মহোদয় ডাঙৰীয়া, ধন্যবাদ CRCC মহোদয়, ধন্যবাদ মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত সকলো জেষ্ঠ চাৰ- বাইদেউ , সহকৰ্মী ও শিক্ষাৰ্থীগণ, ধন্যবাদ বিদ্যালয়ৰ সন্মানীয় সভাপতি লগতে সন্মানীয় অভিভাৱক সকল, অশেষ ধন্যবাদ সন্মানীয় মনালিছা বাইদেউ (কলিকতা) আপোনালোকৰ অনুপ্ৰেৰণা ও সহায় সহযোগিতাৰ বাবে ধৰবাম উলনী প্ৰাথমিক বিদ্যালয় সদায় কৃতজ্ঞ হৈ ৰব।💐

Shining beauties of dharbam ulani..💚💛🩷🤍❤️💕💗💖💚
30/06/2026

Shining beauties of dharbam ulani..💚💛🩷🤍❤️💕💗💖💚

ৰাভা দিৱস উদযাপন ধৰবাম উলনী প্ৰাঃ বিদ্যালয় আৰু  উলনী প্ৰগতি সংঘ ৰ উমৈহতীয়া উদ্যোগত এক অনন্য ৰূপত ৰাভা দিৱস পালন কৰা হয...
28/06/2026

ৰাভা দিৱস উদযাপন
ধৰবাম উলনী প্ৰাঃ বিদ্যালয় আৰু উলনী প্ৰগতি সংঘ ৰ উমৈহতীয়া উদ্যোগত এক অনন্য ৰূপত ৰাভা দিৱস পালন কৰা হয়।💐

Beauty blooms..💚🤍🩷💛💚
28/06/2026

Beauty blooms..💚🤍🩷💛💚

বিদ্যালয়ত প্ৰাক্ ভোগালী বিহু উদ্ যাপন। ১২/০১/২০২৬
16/01/2026

বিদ্যালয়ত প্ৰাক্ ভোগালী বিহু উদ্ যাপন। ১২/০১/২০২৬

12/01/2026

অসমৰ বাৰে-বৰণীয়া কৃষ্টি সংস্কৃতিৰ নৃত্য প্ৰদৰ্শন বিদ্যালয়ৰ ছাত্ৰীসকলৰ 🌺 ১

12/01/2026

অসমৰ বাৰে-বৰণীয়া কৃষ্টি সংস্কৃতিৰ নৃত্য প্ৰদৰ্শন বিদ্যালয়ৰ ছাত্ৰীসকলৰ 🌺

75th Maharajat jayanti of Dharbam Ulani LP School 💐..(all about 27 and 28 dec.2025)🌺
12/01/2026

75th Maharajat jayanti of Dharbam Ulani LP School 💐..(all about 27 and 28 dec.2025)🌺

Address

Dharbam
Gauhati

Website

Alerts

Be the first to know and let us send you an email when Dharbam Ulani LP School, Kamrup Metro posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category