21/05/2026
-PM Modi Receives Sweden's Highest Civilian Award, gets his 31st international honour
প্ৰধানমন্ত্ৰী মোডীয়ে ছুইডেনৰ সৰ্বোচ্চ অসামৰিক বঁটা লাভ কৰে, ৩১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰে
-'Royal Order of the Polar Star, Degree Commander Grand Cross'
'ৰয়েল অৰ্ডাৰ অৱ দ্য প'লাৰ ষ্টাৰ, ডিগ্ৰী কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ'
-The honour was conferred by Her Royal Highness Crown Princess Victoria of Sweden in a special ceremony
এই সন্মান ছুইডেনৰ ক্ৰাউন প্ৰিন্সেছ ভিক্টোৰিয়াই এক বিশেষ অনুষ্ঠানত প্ৰদান কৰে
20/05/2026
- PM Modi Receives Norway's Highest Civilian Honour/নৰৱেৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে
- 'The Grand Cross of the Royal Norwegian Order of Merit'/'দ্য গ্ৰেণ্ড ক্ৰছ অৱ দ্য ৰয়েল নৰৱেজিয়ান অৰ্ডাৰ অৱ মেৰিট'
- PM Modi received the award from King Harald V of Norway during his official visit to Oslo/প্ৰধানমন্ত্ৰী মোদীয়ে অসলোলৈ আনুষ্ঠানিক ভ্ৰমণৰ সময়ত নৰৱেৰ ৰজা পঞ্চম হাৰাল্ডৰ পৰা এই বঁটা লাভ কৰে।
19/05/2026
'ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা-২০২৫'ৰ অধীনত অসমে ৩ টাকৈ সন্মানীয় ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে
- এই বঁটা পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ দ্বাৰা ঘোষণা কৰা হৈছে
বঁটা লাভ কৰা পঞ্চায়তসমূহ-
১. শ্রেষ্ঠ গাঁও পঞ্চায়তঃ নিউ নপাম গাঁও পঞ্চায়ত, শোণিতপুৰ
২. স্বচ্ছ আৰু সেউজ পঞ্চায়তঃ জুমৰমূৰ গাঁও পঞ্চায়ত, নগাঁও
৩. স্বনিৰ্ভৰশীল আন্তঃগাঁথনিঃ হুগ্রীজান গাঁও পঞ্চায়ত, ডিব্ৰুগড়
12/05/2026
Nurses light the way in dark times.
Caring beyond measure. Happy Nurses Day!!
11/05/2026
Celebrating innovation, progress, and the power of technology.
Happy National Technology Day!
03/05/2026
Democracy thrives where the press is free.
01/05/2026
Saluting the hands that build the world.
30/04/2026
Gear up for SAAT-26! 🚀
Scordemy IAS presents the All Assam Test 2026—a completely FREE opportunity for all aspirants to test their preparation.
Why participate?
Rewards: Top 3 students get a 100% discount on our Prelims Crash Course.
Free Bonuses: Get a 1-year Current Affairs compilation + 2000 MCQ booklet just for appearing.
Flexible: Available both Online & Offline (Silpukhuri & Beltola).
📅 Key Dates: Starts 3rd May 2026.
🔗 Register Now: Scordemyias.com
📞 Contact: 9394893988