30/07/2025
ইচ্ছুক পৰীক্ষাৰ্থীসকলক আৱেদন কৰিব পাৰিব
নিৰ্বাচিত প্ৰশিক্ষাৰ্থীসকলৰ নামভৰ্তি আৰু প্ৰশিক্ষণৰ মাচুল ছাত্ৰ সন্থাই বহন কৰিব। তাৰোপৰি দিল্লীত প্ৰশিক্ষণৰ সময়খিনিত মাহিলী ১২,০০০ টকাকৈ জলপানি প্ৰদান কৰা হ’ব।
সদৌ অসম ছাত্ৰ সন্থাৰ সুন্দৰ পদক্ষেপ ✊
| জয় আই অসম |