25/05/2026
‘ষ্টেনোগ্ৰাফী’ হৈছে সংক্ষিপ্ত লিখনশৈলীৰ (shorthand) কলা বা প্ৰক্ৰিয়া। এই পদ্ধতিৰ সহায়ত এজন ব্যক্তিয়ে কৈ যোৱা শব্দসমূহবাস্তৱ সময়ত (real-time) লিপিবদ্ধ কৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতি হৈছে ‘ষ্টেনোগ্ৰাফী’ য’ত সংক্ষিপ্ত চিহ্ন বা বিশেষকিব’ৰ্ড ব্যৱহাৰ কৰা হয়। “Stenography” এই শব্দটোৰ উৎপত্তি হৈছে গ্ৰীক ভাষাৰ। “Stenos”ৰ অৰ্থ হৈছে “সংকীর্ণ” বা “সৰু” আৰু Graphein”ৰ অৰ্থ হৈছে “লিখা” বা লিখনশৈলী৷ সেয়েহে, “Stenography” শব্দটোৰ মূল অৰ্থ হৈছে “সংকীর্ণ লিখন” (narrow writing) — অৰ্থাৎ বহুত কথোপকথন বা ভাষণক অতি কম ঠাইত সংক্ষিপ্তভাৱে লিখি ৰখা পদ্ধতিক বুজায়৷
সম্পূৰ্ণৰূপে পঢ়কঃ 👉 https://aitiguwahati.online/stenography-course-and-career/
𝙾𝚞𝚛 2026 𝚊𝚍𝚖𝚒𝚜𝚜𝚒𝚘𝚗 𝚙𝚛𝚘𝚌𝚎𝚜𝚜 𝚒𝚜 𝚗𝚘𝚠 𝚘𝚙𝚎𝚗
𝗜𝗧𝗜 || 𝗣𝗼𝗹𝘆𝘁𝗲𝗰𝗵𝗻𝗶𝗰 || 𝗕. 𝗧𝗲𝗰𝗵
https://aitiguwahati.com/ or call us at +91-6001649848 / 094354 00147 to learn more and kickstart your future today!
MORE INFO to VISIT: 👇
👉 https://aitiguwahati.com/
👉 https://aitiguwahati.online/
👉 https://www.facebook.com/aiti.guwahati1
👉 https://www.instagram.com/aitiguwahati/
23/05/2026
➧ কেৰিয়াৰ হিচাপে ‘ইনষ্ট্ৰুমেণ্টেচন আইটিআই’
● বৰ্তমান নিবনুৱা যুৱক-যুৱতীৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি আহিছে৷ সকলোৱে জ্ঞান সম পৰিমাণৰ নহয়৷ প্ৰতিযোগিতামূলক কৰ্মক্ষেত্ৰখনৰ সৈতে খাপ খুৱাই সংস্থাপন লাভ কৰিবলৈ হ’লে নিজকে দক্ষ কৰি লোৱাটো অতি দৰকাৰী হৈ পৰিছে৷ সেই উদ্দেশ্য আগত ৰাখিয়েই আই.টি.আই পাঠ্যক্ৰমত ‘ইনষ্ট্ৰুমেণ্টেচন আইটিআই’ অতি এক গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰি পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছে৷ উক্ত পাঠ্যক্ৰমৰ উত্তীৰ্ণ শিক্ষাৰ্থীসকলক প্ৰক্ৰিয়াভিত্তিক শিল্পক্ষেত্ৰত অত্যন্ত চাহিদাসম্পন্ন বুলি গণ্য কৰা হয়।
More Details: ‘ইনষ্ট্ৰুমেণ্টেচন আইটিআই’?
👉 https://aitiguwahati.online/instrument-mechanic-iti-guwahati/
𝙾𝚞𝚛 2026 𝚊𝚍𝚖𝚒𝚜𝚜𝚒𝚘𝚗 𝚙𝚛𝚘𝚌𝚎𝚜𝚜 𝚒𝚜 𝚗𝚘𝚠 𝚘𝚙𝚎𝚗
𝗜𝗧𝗜 || 𝗣𝗼𝗹𝘆𝘁𝗲𝗰𝗵𝗻𝗶𝗰 || 𝗕. 𝗧𝗲𝗰𝗵
https://aitiguwahati.com/ or call us at +91-6001649848 / 094354 00147 to learn more and kickstart your future today!
MORE INFO to VISIT: 👇
👉 https://aitiguwahati.com/
👉 https://aitiguwahati.online/
👉 https://www.facebook.com/aiti.guwahati1
👉 https://www.instagram.com/aitiguwahati/
21/05/2026
➱ কেৰিয়াৰ হিচাপে Fire & Safety বা অগ্নি সুৰক্ষা
এই বিষয়টো ওপৰত অধিকভাৱে জানিবলৈ হ’লে প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা আহি পৰে৷ কিয়নো নিৰ্দিষ্ট নিয়মসমূহ বা বিজ্ঞানসন্মত পদ্ধতিৰ ব্যৱহাৰ জানিব লাগিব৷ বৃহৎ অট্টালিকা, ঘৰুৱা বাসগৃহ, হোটেল-ৰেষ্টুৰেণ্ট বা যিকোনো ৰাজহুৱা স্থান ইত্যাদিবোৰত অগ্নি সুৰক্ষাৰ দিশটো অতিকে গুৰুত্বপূৰ্ণ বিষয়৷ তদুপৰি নিৰ্মাণকাৰ্য, উদ্যোগিক খণ্ড, ব্যৱসায়িক ক্ষেত্ৰ, ঘৰুৱা আবাসগৃহ সকলোতে অগ্নি সুৰক্ষাৰ ব্যৱস্থাবোৰ বিজ্ঞানসন্মতভাৱে ব্যৱস্থা কৰাটো জৰুৰী৷ উক্ত ক্ষেত্ৰবোৰত সঠিকভাৱে ব্যৱস্থাপনা হৈছে নে নাই তাৰ বাবে অগ্নি প্ৰতিৰোধ আৰু সুৰক্ষা বিভাগৰ দায়িত্ব গুৰুত্বপূৰ্ণ৷
➠ লিংকটোত ক্লিক কৰি সম্পূৰ্ণৰূপে পঢ়কঃ https://aitiguwahati.online/fire-safety-as-a-career-aiti-guwahati/
𝙾𝚞𝚛 2026 𝚊𝚍𝚖𝚒𝚜𝚜𝚒𝚘𝚗 𝚙𝚛𝚘𝚌𝚎𝚜𝚜 𝚒𝚜 𝚗𝚘𝚠 𝚘𝚙𝚎𝚗
𝗜𝗧𝗜 || 𝗣𝗼𝗹𝘆𝘁𝗲𝗰𝗵𝗻𝗶𝗰 || 𝗕. 𝗧𝗲𝗰𝗵
https://aitiguwahati.com/ or call us at +91-6001649848 / 094354 00147 to learn more and kickstart your future today!
MORE INFO to VISIT: 👇
👉 https://aitiguwahati.com/
👉 https://aitiguwahati.online/
👉 https://www.facebook.com/aiti.guwahati1
👉 https://www.instagram.com/aitiguwahati/
20/05/2026
স্বনিয়োজনৰ পথ হিচাপে শিকক ‘‘Refrigeration and Air Conditioning Technician’’
হাতে কামে কেৰিয়াৰ গঢ়াৰ বাবে ল’ব পৰা এটি নিৰ্বাচিত পাঠ্যক্ৰম হৈছে ৰেফ্ৰিজাৰেচন আৰু এয়াৰ কণ্ডিচনিং (RAC) টেকনিচিয়ান৷ এই আই.টি.আই পাঠ্যক্ৰমৰ ৰেফ্ৰিজাৰেচন আৰু এয়াৰ কণ্ডিচনিং (RAC) টেকনিচিয়ান পৰা জ্ঞান আহৰণ কৰি মূলত ৰেফ্ৰিজাৰেচন আৰু এয়াৰ কণ্ডিচনিং-ত এজন বিশেষজ্ঞ হিচাপে প্ৰতিষ্ঠিত হ’ব পাৰি৷
read More: https://aitiguwahati.online/air-conditioning-technician/
𝙾𝚞𝚛 2026 𝚊𝚍𝚖𝚒𝚜𝚜𝚒𝚘𝚗 𝚙𝚛𝚘𝚌𝚎𝚜𝚜 𝚒𝚜 𝚗𝚘𝚠 𝚘𝚙𝚎𝚗
𝗜𝗧𝗜 || 𝗣𝗼𝗹𝘆𝘁𝗲𝗰𝗵𝗻𝗶𝗰 || 𝗕. 𝗧𝗲𝗰𝗵
https://aitiguwahati.com/ or call us at +91-6001649848 / 094354 00147 to learn more and kickstart your future today!
MORE INFO to VISIT: 👇
👉 https://aitiguwahati.com/
👉 https://aitiguwahati.online/
👉 https://www.facebook.com/aiti.guwahati1
👉 https://www.instagram.com/aitiguwahati/
19/05/2026
◉ স্ব-নিয়োজনৰ পথ হিচাপে চিলাই কামৰ বাবে ‘টেইলৰিং টেকন’লজি’ পাঠ্যক্ৰম কি?
NCVT আৰু SCVT-ৰ সৈতে সংযুক্ত এই ১ বছৰৰ ITI টেইলৰিং টেকন’লজি পাঠ্যক্ৰম ৮ম শ্ৰেণী উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে বিশেষ উপযোগী, যিসকলে চিলাই, কাটিং, ফিটিং আৰু গাৰ্মেণ্ট ফিনিছিঙৰ ব্যৱহাৰিক দক্ষতা লাভ কৰিব বিচাৰে।
বৰ্তমান সময়ত যিকোনো পেছাদাৰী কামৰ বাবে প্ৰমাণপত্ৰৰ প্ৰয়োজন হয়৷ সেয়েহে স্ব-নিয়োজনৰ পথ হিচাপে চিলাই কাম কৰিবলৈ হলেও ‘টেইলৰিং টেকন’লজি’ পাঠ্যক্ৰমৰ বিষয়ে জ্ঞান অৰ্জন কৰি লোৱাটো প্ৰয়োজনীয়াতা আছে৷ এই পাঠ্যক্ৰম গ্ৰহণৰ বাবে গুৱাহাটীত টেইলৰিং টেকন’লজি পঢ়াৰ সুবিধা আছে৷ চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানত এই পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰে৷
👉 সম্পূৰ্ণৰূপে পঢ়কঃ https://aitiguwahati.online/tailoring-technology-as-a-career2026/
𝙾𝚞𝚛 2026 𝚊𝚍𝚖𝚒𝚜𝚜𝚒𝚘𝚗 𝚙𝚛𝚘𝚌𝚎𝚜𝚜 𝚒𝚜 𝚗𝚘𝚠 𝚘𝚙𝚎𝚗
𝗜𝗧𝗜 || 𝗣𝗼𝗹𝘆𝘁𝗲𝗰𝗵𝗻𝗶𝗰 || 𝗕. 𝗧𝗲𝗰𝗵
https://aitiguwahati.com/ or call us at +91-6001649848 / 094354 00147 to learn more and kickstart your future today!
MORE INFO to VISIT: 👇
👉 https://aitiguwahati.com/
👉 https://aitiguwahati.online/
👉 https://www.facebook.com/aiti.guwahati1
👉 https://www.instagram.com/aitiguwahati/
18/05/2026
■ কেৰিয়াৰ হিচাপে কম্পিউটাৰ হাৰ্ডৱেৰ আৰু নেটৱৰ্কিং
■ কম্পিউটাৰ হাৰ্ডৱেৰ আৰু নেটৱৰ্কিং হৈছে কম্পিউটিং ছিষ্টেমৰ ভৌতিক উপাদানসমূহ (Hardware) আৰু সেইবোৰক সংযোগ কৰা নেটৱৰ্ক (Networking)ক বুজায়। এই দুয়োটাই একেলগে তথ্য প্ৰযুক্তি ক্ষেত্ৰৰ মূল ভেটি গঠন কৰে৷ যাৰ সহায়ত কম্পিউটিং ছিষ্টেমৰ ডিভাইচসমূহে সঠিকভাৱে কাম কৰে৷ একে-অন্য নেটৱৰ্কিং ছিষ্টেমৰ সৈতে যোগাযোগ স্থাপন কৰে আৰু বিভিন্ন তথ্যৰ উৎসক ভাগ-বতৰা কৰিব পাৰে। সম্প্ৰতি সকলোবোৰ কৰ্মক্ষেত্ৰৰ মূল আহিলা হৈছে কম্পিউটাৰ চিষ্টেম বা পদ্ধতিৰ দ্বাৰা সমাপন হয়৷ এই দিশত কম্পিউটাৰ হাৰ্ডৱেৰ আৰু নেটৱৰ্কিং ব্যৱস্থাৰ চাহিদা অতি দ্ৰুততাৰে বাঢ়ি আহিছে৷ সেই অনুপাতে কম্পিউটাৰ হাৰ্ডৱেৰ আৰু নেটৱৰ্কিং বা কম্পিউটিং ছিষ্টেমৰ ভিন্ন আসোঁৱাহ দূৰীকৰণৰ বাবে প্ৰযুক্তিগতভাৱে দক্ষতাসম্পন্ন লোকৰ প্ৰয়োজনীয়তা বা গুৰুত্ব আছে৷
সম্পূৰ্ণৰূপে পঢ়কঃ https://aitiguwahati.online/computer-hardware-and-networking-1/
𝙾𝚞𝚛 2026 𝚊𝚍𝚖𝚒𝚜𝚜𝚒𝚘𝚗 𝚙𝚛𝚘𝚌𝚎𝚜𝚜 𝚒𝚜 𝚗𝚘𝚠 𝚘𝚙𝚎𝚗
𝗜𝗧𝗜 || 𝗣𝗼𝗹𝘆𝘁𝗲𝗰𝗵𝗻𝗶𝗰 || 𝗕. 𝗧𝗲𝗰𝗵
https://aitiguwahati.com/ or call us at +91-6001649848 / 094354 00147 to learn more and kickstart your future today!
MORE INFO to VISIT: 👇
👉 https://aitiguwahati.com/
👉 https://aitiguwahati.online/
👉 https://www.facebook.com/aiti.guwahati1
👉 https://www.instagram.com/aitiguwahati/
15/05/2026
◉ বৃত্তিমূলক কেৰিয়াৰ হিচাপে ‘ৱেল্ডাৰ’
➨ বৰ্তমান আধুনিক জীৱন প্ৰণালীত প্ৰতিটো খোজতে আমি নিত্য নতুন সামগ্ৰী ব্যৱহাৰ কৰোঁ৷ বিভিন্ন ধাতুৰ সামগ্ৰীৰ চাহিদা বজাৰত সহজলভ্য হৈ পৰিছে৷ এই ধাতুৰ সামগ্ৰীবোৰ প্ৰস্তুত বা নিৰ্মাণৰ বাবে লো বা তীখাৰ প্ৰয়োজন হয়৷ এই ধাতুক ব্যৱহাৰ্য কৰি তুলিবলৈ হ’লে একোজন দক্ষ কাৰিকৰৰো প্ৰয়োজন৷ নিৰ্মাণখণ্ডত ভিন্ন বিভাগত দক্ষতাসম্পন্ন কাৰিকৰ এজনে সামগ্ৰী এবিধক পূৰ্ণ ৰূপ দিব পাৰে৷ উদ্যোগিক খণ্ডত অতি চাহিদা থকা এক বিষয় হৈছে ‘ৱেল্ডাৰ’৷ অৰ্থাৎ এজন ৱেল্ডাৰ হৈছে এজন দক্ষ কাৰিকৰ, যিয়ে বিশেষ যন্ত্ৰপাতি ব্যৱহাৰ কৰি তীব্ৰ তাপ, চাপ বা দুয়োটাৰে সহায়ত ধাতু বা থাৰ্মোপ্লাষ্টিকৰ অংশসমূহ একেলগ কৰি স্থায়ী সংযোগ সৃষ্টি কৰে।
সবিশেষ জানিবলৈ লিংকত ক্লিক কৰি পঢ়কঃ https://aitiguwahati.online/welder-as-a-career/
𝙾𝚞𝚛 2026 𝚊𝚍𝚖𝚒𝚜𝚜𝚒𝚘𝚗 𝚙𝚛𝚘𝚌𝚎𝚜𝚜 𝚒𝚜 𝚗𝚘𝚠 𝚘𝚙𝚎𝚗
𝗜𝗧𝗜 || 𝗣𝗼𝗹𝘆𝘁𝗲𝗰𝗵𝗻𝗶𝗰 || 𝗕. 𝗧𝗲𝗰𝗵
https://aitiguwahati.com/ or call us at +91-6001649848 / 094354 00147 to learn more and kickstart your future today!
MORE INFO to VISIT: 👇
👉 https://aitiguwahati.com/
👉 https://aitiguwahati.online/
👉 https://www.facebook.com/aiti.guwahati1
👉 https://www.instagram.com/aitiguwahati/
14/05/2026
◉ নিবনুৱা বুলি নাভাবি পাঠ্যক্ৰম গ্ৰহণ কৰক
কেৰিয়াৰৰ বাবে শিকক ‘প্লাম্বাৰ’
◉ কামৰ সৰু বৰ নাই, শিকাৰো শেষ নাই৷ একেদৰে উচ্চ শিক্ষাৰে শিক্ষিত হ’লেহে কৰ্মক্ষেত্ৰত আগুৱাব পাৰি তেনে নহয়৷ আমাৰ সমাজৰ প্ৰচলিত কিছু ভুল ধাৰণাৰ বাবে বহু যুৱক-যুৱতীয়ে কৰ্মক্ষেত্ৰত পিছুৱাই যাবলগীয়া হয়৷ যাৰ ফলস্বৰূপে কৰ্মহীন বা নিবনুৱাৰ সংখ্যাও বাঢ়িবলৈ ধৰিছে৷ কাম বিচাৰি তেনেদৰে বহুতে হাবাথুৰি খাইছে৷ বহুতে নিজৰ ঠাইত কাম কৰিবলৈ লাজ কৰাৰ বাবে বহিৰাজ্যত গৈ কামৰ সন্ধান কৰিছে৷ কিন্তু আমি জনা উচিত যে এনে কিছুমান কাম আছে, যিবোৰ কৰিবলৈ বহু উচ্চ শিক্ষাৰ চাৰ্টিফিকেটৰো প্ৰয়োজন নাই আৰু লগতে কৰ্মদক্ষতাসম্পন্ন হোৱাজনৰ বাবে কামৰো অভাৱ নাই৷ অনায়াসে উপাৰ্জন কৰিব পাৰি৷ অতি বেছি উচ্চশিক্ষাৰে শিক্ষিত নোহোৱাকৈ কেৰিয়াৰ গঢ় দিব পৰা কিছুমান কাৰিকৰী দক্ষতা বিকাশৰ পাঠ্যক্ৰম আছে৷ তাৰ বাবে শিকোতাগৰাকীৰ মনৰ পৰা আগ্ৰহ লাগিব৷ তেনে এক পাঠ্যক্ৰম হৈছে ‘প্লাম্বাৰ’৷ যাৰ প্ৰয়োজন প্ৰতিজন লোকৰ ঘৰতে আছেই৷ কিয় এই পাঠ্যক্ৰমৰ প্ৰয়োজনীতা আছে জানোঁ আহক৷
সবিশেষ পঢ়কঃ https://aitiguwahati.online/plumber-course-in-guwahati1/
𝙾𝚞𝚛 2026 𝚊𝚍𝚖𝚒𝚜𝚜𝚒𝚘𝚗 𝚙𝚛𝚘𝚌𝚎𝚜𝚜 𝚒𝚜 𝚗𝚘𝚠 𝚘𝚙𝚎𝚗
𝗜𝗧𝗜 || 𝗣𝗼𝗹𝘆𝘁𝗲𝗰𝗵𝗻𝗶𝗰 || 𝗕. 𝗧𝗲𝗰𝗵
https://aitiguwahati.com/ or call us at +91-6001649848 / 094354 00147 to learn more and kickstart your future today!
MORE INFO to VISIT: 👇
👉 https://aitiguwahati.com/
👉 https://aitiguwahati.online/
👉 https://www.facebook.com/aiti.guwahati1
👉 https://www.instagram.com/aitiguwahati/
12/05/2026
◉ সকলো পাঠ্যক্ৰমৰ বাবে নিৰ্ভৰযোগ্য কাৰিকৰী প্ৰশিক্ষণ প্ৰতিষ্ঠান
অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান
বামুণীমৈদাম, গুৱাহাটী-২১
◉ আই.টি.আই অন্তৰ্গত পাঠ্যক্ৰম
◉ পলিটেকনিক অন্তৰ্গত পাঠ্যক্ৰম
◉ বি.টেক অন্তৰ্গত পাঠ্যক্ৰম
➮ ২০২৬ বৰ্ষৰ বাবে নামভৰ্তি চলি আছে
➮ আপোনাৰ কেৰিয়াৰ গঢ়াৰ সুযোগ আজিয়েই লওঁক
➮ আপোনাৰ অঞ্চলত ‘অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান’ৰ শাখা কাৰ্যালয় খুলিব পাৰে
আমাৰ ফোন নম্বৰঃ 6001649848 / 9435400147
ৱেবচাইটঃ www.aitiguwahati.online
www.aitiguwahati.com
12/05/2026
◉ আত্মনিৰ্ভৰশীলতাৰ সুযোগ লাভ কৰিব পৰা কেৰিয়াৰ পাঠ্যক্ৰম ‘‘Solar Technician’’
◉ ‘‘Solar Technician বুলি ক’লে এজন দক্ষ পেছাদাৰী ব্যক্তিক বুজোৱা হয়৷ আবাসিক গৃহ, বাণিজ্যিক অথবা উদ্যোগিক ভৱনত সৌৰ পেনেল ব্যৱস্থা ইনষ্টল বা সুৰক্ষিতভাৱে স্থাপন কৰা আৰু মেৰামতি কৰাকে বুজায়৷ Solar Technician এজনে সৌৰ সৌৰশক্তিৰ পেনেলৰ পৰা ইনভাৰ্টাৰ আৰু বেটাৰী ষ্ট’ৰেজ সংযোজন, সঠিক স্থাপন আৰু কিবা আসোঁৱাহ থাকিলে তাক সমাধানৰ কাম কৰে অৰ্থাৎ যাতে সূৰ্যৰ পোহৰৰ পৰা বিদ্যুতলৈ সঠিকভাৱে ৰূপান্তৰিত হ’ব পাৰে। লগতে বিজ্ঞানসন্মতভাৱে সৌৰ ব্যৱস্থাসমূহ সুৰক্ষিতভাৱে বৰ্তি আছে নে নাই তাক নিশ্চিত কৰে।’’
আত্মনিৰ্ভৰ ভাৰতৰ অন্য এক মূল লক্ষ্য সৌৰঘৰ স্থাপনৰ দ্বাৰা শক্তিখণ্ডৰ ভাণ্ডাৰ শক্তিশালী কৰি তোলা৷ বৰ্তমান ঘৰে ঘৰে সৌৰ শক্তিৰ ব্যৱহাৰৰ দিশটো ক্ৰমান্বয়ে বৃদ্ধি পোৱা দেখা গৈছে৷ অৰ্থাৎ সৌৰ শক্তিৰ ব্যৱহাৰ প্ৰাচুৰ্যতা বাঢ়িবলৈ ধৰিছে৷ সেই অনুপাতে ‘‘Solar Technician’’ৰ চাহিদাও বৃদ্ধি পাইছে৷ কৰ্মসংস্থাপন লাভৰ পথ হিচাপে ‘‘Solar Technician’’ হিচাপে পাঠ গ্ৰহণ কৰি একোজন নিবনুৱাই আত্মসংস্থাপনৰ সুযোগ গ্ৰহণ কৰিব পাৰে৷
👉 সম্পূৰ্ণৰূপে পঢ়িবলৈ এই লিংকটোত ক্লিক কৰকঃ https://aitiguwahati.online/solar-technician-as-a-career/
𝙾𝚞𝚛 2026 𝚊𝚍𝚖𝚒𝚜𝚜𝚒𝚘𝚗 𝚙𝚛𝚘𝚌𝚎𝚜𝚜 𝚒𝚜 𝚗𝚘𝚠 𝚘𝚙𝚎𝚗
𝗜𝗧𝗜 || 𝗣𝗼𝗹𝘆𝘁𝗲𝗰𝗵𝗻𝗶𝗰 || 𝗕. 𝗧𝗲𝗰𝗵
https://aitiguwahati.com/ or call us at +91-6001649848 / 094354 00147 to learn more and kickstart your future today!
MORE INFO to VISIT: 👇
👉 https://aitiguwahati.com/
👉 https://aitiguwahati.online/
👉 https://www.facebook.com/aiti.guwahati1
👉 https://www.instagram.com/aitiguwahati/
11/05/2026
◉ কেৰিয়াৰ হিচাপে লওঁক ‘ইণ্টেৰিয়ৰ ডিজাইন’
◉ আজিকালি প্ৰায়বোৰ মানুহৰ মুখত শুনা এটা সহজ শব্দ হৈছে ‘ইণ্টেৰিয়ৰ ডিজাইন’৷ এই শব্দৰ প্ৰতিশব্দ বিচাৰিলে পোৱা যায় যে আভ্যন্তৰীণ সজ্জা৷ বৰ্তমান সকলো লোকে পছন্দ অনুসৰি আধুনিক ৰূপত একোটা দৃষ্টিনন্দন পৰিৱেশ চাব বিচাৰে৷ আধুনিক ৰূপত গঢ় দিয়া নিজৰ কোঠাতো, ঘৰ বা আচবাব পত্ৰ ইত্যাদি পছন্দ অনুসৰি সজাব বিচাৰে৷ কিন্তু সেইখিনি কৰিবলৈ যাওঁতে এটা খৰছৰ কথা আহি পৰে৷ কিন্তু কম খৰছতে বা পছন্দ অনুসৰি সুন্দৰভাৱে সজাবলৈ একোজন আভ্যন্তৰীণ ডিজাইনাৰৰ অতিকে প্ৰয়োজন হয়৷ মূলত ইণ্টেৰিয়ৰ ডিজাইনৰ কাম হৈছে যিকোনো আবাসগৃহ, ভৱনৰ ভিতৰৰ স্থানসমূহক অধিক আকৰ্ষণীয়, সুৰক্ষিত, আৰামদায়ক আৰু দৃষ্টিনন্দন কৰি তোলাৰ উদ্দেশ্যে বা পৰিকল্পনা কৰা কাম৷
সম্পূৰ্ণৰূপে পঢ়িবলৈ এই লিংকটোত ক্লিক কৰকঃ https://aitiguwahati.online/interior-design-as-a-career/